সম্পাদকীয় : বহুধাবিভক্ত বিৰোধী শক্তি
আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে বিৰোধী ঐক্য গঠন প্রক্রিয়াত আউল লাগিছে৷ বিজেপিবিৰোধী ঐক্যমঞ্চ গঠনৰ বাবে কংগ্রেছে এআইইউডিএফক বাদ দি অন্যান্য বিৰোধী দলসমূহৰ সৈতে নির্বাচনী মিত্রতা গঢ়িবলৈ তৎপৰ হৈছিল৷ কংগ্রেছে ইতিমধ্যে লুৰিণজ্যোতি গগৈ…