টিংখাঙত মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী সভাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি
যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমুহৰ মাজত। দিনে নিশাই সমষ্টিৰ চুকে কোনে, ঘৰে ঘৰে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে দলীয় নেতা পলি নেতাসকলক।
ৰাইজৰ মাজত প্ৰতিশ্ৰুতি ঢল বোৱাই ভোটাৰৰ মন জয় কৰি নিৰ্বাচনৰ…