জনসমুদ্ৰৰ মাজত লিডুত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্বাচনী ৰণডংকা
ডিজিটেল ডেস্ক, মাৰ্ঘেৰিটা, ২৯ মাৰ্চ : অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাৰ্ঘেৰিটা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰে তুংগত উঠিছে। আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ…