লাহৰীঘাটত কংগ্ৰেছত ব্যাপক খহনীয়া, প্ৰাৰ্থিত্বপ্ৰত্যাশীসহ সহস্ৰাধিকৰ কংগ্ৰেছ ত্যাগ
ডিজিটেল ডেস্ক, ভূৰাগাঁও, ৩০ মাৰ্চ : ৫৩নং লাহৰীঘাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীসহ সহস্ৰাধিক কৰ্মীয়ে দলত্যাগ কৰে। লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী তথা ৰাজ্যিক সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ডাঃ ফৰিদুল হুছেইনে যোৱানিশা…