IPL 2026ৰ আৰম্ভণিৰ মেচৰ পৰা বাহিৰ ধোনী
IPL 2026 আৰম্ভণিৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীৰ বাবে বেয়া খবৰ আহিছে। দলটোৰ জ্যেষ্ঠ তাৰকা মহেন্দ্ৰ সিং ধোনী অন্ততঃ দুটা সপ্তাহৰ বাবে খেলপথাৰৰ পৰা দূৰত থাকিব।
দলটোৱে প্ৰকাশ কৰা চৰকাৰী বিবৃতি অনুসৰি ধোনীয়ে পিণ্ডলীৰ মাংসপেশীত টান (calf…