নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কোকৰাঝাৰত পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা

কোকৰাঝাৰত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে৷ ভাৰত মাতাক শত্ৰুৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ দেশৰ কোটি কোটি জনতাৰ জীৱন আৰু সা-সম্পত্তি সুৰক্ষা সুনিশ্চিত কৰা আৰু ভৌগলিক অখণ্ডতা অক্ষুন্ন ৰখাৰ বাবে নিজৰ জীৱনক তুচ্ছজ্ঞান…

মঙলদৈত বিশাল জনসমাগমেৰে বিজয় সংকল্প যাত্ৰা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী তথা জেষ্ঠ বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প যাত্ৰাৰ অংশ হিচাপে আজি মঙলদৈত এখন নিৰ্বাচনী ৰ'ড শ্ব'ত অংশ গ্ৰহণ কৰে আৰু মঙলদৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীলিমা দেৱীৰ হৈ ৰণশিঙা বজায়। বিয়লি…

মানকাচৰত এনপিপি প্ৰাৰ্থী আমিনুল ইছলামৰ মনোনয়ন প্ৰত্যাহাৰ

নিৰ্বাচনী গৰমৰ মাজতে আজি ১১ নং মানকাচৰ বিধানসভা সমষ্টিত এক ডাঙৰ ৰাজনৈতিক ওলট-পালট দেখিবলৈ পোৱা গৈছে। সমষ্টিটোৰ এনপিপি (NPP) দলৰ প্ৰাৰ্থী আমিনুল ইছলামে আজি আনুষ্ঠানিক ভাৱে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ…

বিজেপিৰ কাৰচাজিত সন্ত্ৰস্ত অখিল, শিৱসাগৰত AGP নে BJPয়ে মাৰিব শেষ হাঁহি!

আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজতে মাথোঁ কেইটামান দিন থকাৰ সময়তে সলনি হ'ব ধৰিছে নিৰ্বাচনী প্ৰেক্ষাপট। ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে বিপুল ভোটত ব্যৱধানত বিজয়ী হৈছিল। কাৰাৰুদ্ধ অখিল…

২,০৪,৪৪১ ভোটদাতাই নিৰ্ণয় কৰিব টিহু সমষ্টিৰ প্ৰথমগৰাকী বিধায়কৰ ভাগ্য

অহা ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত পূৰ্বৰ ধৰ্মপুৰ, বৰমা আৰু পাটাছাৰকুছি সমষ্টিৰ পৰা এইবাৰ নতুনকৈ গঠন হোৱা ৪০নং টিহু বিধানসভা সমষ্টিত মুঠ ২৬৪ টা ভোটগ্ৰহণ কেন্দ্ৰৰ (ইয়াৰে ১৫টা মহিলা কেন্দ্ৰ আৰু এটা মডেল ভোটকেন্দ্ৰ)ৰ…

লখিমপুৰত মনোনয়ন প্ৰত্যাহাৰ সুৰজিৎ দলেৰ

মনোনয়ন প্ৰত্যাহাৰৰ আজিৰ অন্তিমটো দিনত লখিমপুৰত এজন প্ৰাৰ্থীয়ে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰে। মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থী জন হল ৭৭নং ঢকুৱাখনা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰা সুৰজিৎ দলে। তেওঁ আজি মনোনয়ন প্রত্যাহাৰ কৰে।…

সোণতলীত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পুৰাণগাঁৱত আজি দুুপৰীয়া কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নিৰ্দেশত সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হীৰকজ্যোতি মুদৈ আৰু এছ টি এফৰ যৌথ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ…

ভোটকেন্দ্ৰৰ মাজত প্ৰতিযোগিতাৰ আয়োজন প্ৰশাসনৰ, পুৰস্কাৰ ঘোষণা

বিধানসভা নিৰ্বাচন ২০২৬-ৰ পৰিপ্ৰেক্ষিতত ভোটাৰসকলক ভোটদানৰ বাবে আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে লৈছে অভিনৱ পদক্ষেপ। সেই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক একো একোটা 'আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ' হিচাপে গঢ়ি তোলাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ…

হৰমুজ অৱৰোধৰ ‘মাষ্টাৰমাইণ্ড’ ইৰানী নৌসেনাপ্ৰধানক হত্যাৰ দাবী ইজৰাইলৰ

ডিজিটেল ডেস্ক, ২৬ মাৰ্চ : মধ্যপ্ৰাচ্যত যুদ্ধ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আন্তৰ্জাতিক বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ জলপথ হৰমুজ ইৰানে ‘অৱৰোধ’ কৰি ৰাখিছে। ইৰানৰ ওপৰত আমেৰিকা-ইজৰাইলৰ যুটীয়া আক্ৰমণৰ পিছত হৰমুজ প্ৰণালী ইৰানে অৱৰোধ কৰি ৰখাত বিশ্ব…

গোৰেশ্বৰত বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ দাসক লৈ সৰ্বত্ৰ উছাহ

তামুলপুৰ জিলাৰ ৪৪নং গোৰেশ্বৰ বিধানসভা সমষ্টিত ক্ৰমাৎ আৰম্ভ হবলৈ ধৰিছে নিৰ্বাচনী গৰম বতাহ। জিলাখনৰ গোৰেশ্বৰ সমষ্টিৰ পৰা সৰ্বমুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোয়ন পত্ৰ দাখিল কৰিছে। অৱশ্যে সমষ্টিৰ প্ৰাৰ্থী তালিকা চুড়ান্ত নহলেও নৱগঠিত গোৰেশ্বৰ…