সম্পাদকীয় : নীৰৱ ঘাতকৰ ছদ্মবেশ
সভ্যতাৰ অগ্রগতিৰ লগে লগে আধুনিকতাৰ উপকৰণসমূহৰ পাৰ্শ্বক্রিয়াই বিশ্বৰ প্রাণীকুললৈ কঢ়িয়াই আনিছে ধ্বংসৰ বিভীষিকা৷ বিশ্বৰ প্রাণীকুলে বিশেষকৈ মানৱ জাতিয়ে মুখামুখি হ’বলগীয়া হৈছে কিছুসংখ্যক নীৰৱ ঘাতকৰ সৈতে৷ ধ্বংস অথবা মৃত্যুৰ হাত–বাউলিয়ে মানৱ জাতিৰ…