জল্পনা-কল্পনাৰ অন্ত : বিশ্বনাথত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস
বহু জল্পনা-কল্পনাৰ অন্ত পেলাই বিশ্বনাথত এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰূপে ঘোষিত হৈছে পল্লৱলোচন দাসৰ নাম। টিকট নিশ্চিত হোৱা বুলি বাতৰিৰ পূৰ্বেই সামাজিক মাধ্যমত ইতিমধ্যে পল্লৱ লোচন দাসৰ নাম প্ৰকাশ পাইছিল।
উল্লেখ্য যে বিহালী আৰু ৰঙাপৰাৰ বিধায়কৰূপে…