ভয়ংকৰ অগ্নিকাণ্ড : ৮গৰাকী লোকৰ প্ৰাণহানি
মধ্যপ্ৰদেশৰ বৃজেশ্বৰী অঞ্চলৰ এটা তিনি মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে, য’ত ৮ গৰাকী লোকৰ মৃত্যু হৈছে। এই অগ্নিকাণ্ডত পৰিয়ালৰ কেইবাজনো সদস্য ঘৰৰ ভিতৰত আবদ্ধ হৈ জীৱন্তে জুইৰ পৰা ওলাব নোৱাৰি অগ্নিদগ্ধ হৈছে।
প্ৰাথমিক অনুসন্ধান…