খৈৰাবাৰীত ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটীৰ ষ্ট’পেজৰ শুভাৰম্ভণি
বৃহত্তৰ খৈৰাবাৰীবাসী ৰাইজৰ বাবে আজি পুৱাই আহিল এটা ভাল খবৰ । খৈৰাবাৰীত ডেকাৰগাঁও-গুৱাহাটী ইন্টাৰচিটী ৰে'লৰ ষ্ট'পেজ দিয়াৰ বাবে ৰে'ল কৰ্তৃপক্ষই অনুমোদন দিয়াৰ পিছতে আজি খৈৰাবাৰীত ৰখোৱা হয় ইন্টাৰচিটী ৰে'লখন । আজি পুৱা ৮.২০ বজাত বি টি চিৰ…