নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

১২ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ মার্চ, ফাগুন মাহৰ ২৭ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : মূলা, যাত্রা : নাই মেষ : আর্থিকত পোৱা কষ্ট কিছু হ’লেও লাঘৱ হ’ব৷ বিদ্যাত মধ্যম৷ দাম্পত্যত চিন্তা থাকিব৷ ব্যৱসায়ত আয় বৃদ্ধি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৯৷ বৃষ :…

ভূপেন বৰাই দেখুৱালে শক্তি, বিহপুৰীয়াত কেইবাশ কংগ্রেছ কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন

যোৱা কেইদিনমানৰ পৰা লখিমপুৰৰ বিহপুৰীয়া সমষ্টিত চৰ্চাত আছে সমষ্টিটোৰ প্ৰাক্তন কংগ্রেছী বিধায়ক তথা বৰ্তমান ন-বিজেপি ভূপেন বৰা। তেওঁ নকৈ বিজেপিৰ সাজ পৰিধান কৰি সমষ্টিটোত প্ৰৱেশ কৰাৰ পাছত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আজি লখিমপুৰত ন-বিজেপি…

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানৰ ড্ৰোন আক্ৰমণত আহত ভাৰতীয় নাগৰিক

ডিজিটেল ডেস্ক, ১১ মাৰ্চ : মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ মাজতে বুধবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানে চলোৱা ড্ৰোন আক্ৰমণত এজন ভাৰতীয় নাগৰিকসহ চাৰিজন লোক আহত হয় । এক বিবৃতি প্ৰকাশ কৰি কৰ্তৃপক্ষই কয়- বুধবাৰে পুৱা…

নিয়োগ বাৰ্তা : বিটিচিৰ বন বিভাগত ১৫৭টা পদত চাকৰিৰ সুযোগ

🔹 আবেদনৰ অন্তিম তাৰিখ ১৫ মার্চ বিটিচিৰ বন বিভাগৰ অন্তর্গত ১৫৭টা ফৰেষ্টাৰ আৰু ফৰেষ্ট গার্ড পদত নিযুক্তিৰ বাবে কেন্দ্রীয় বাছনি ব’ৰ্ড (চিএছবি), বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (বিটিচি), কোকৰাঝাৰ, অসমে এক আনুষ্ঠানিক নিয়োগ অধিসূচনা প্রকাশ কৰিছে৷…

ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে কংগ্ৰেছে, আনুষ্ঠানিক ঘোষণা গৌৰৱ গগৈৰ

ডিজিটেল ডেস্ক, ১১ মাৰ্চ : অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল । দীৰ্ঘদিন ধৰি ৰাজ্যৰ ৰাজনীতিৰ এক চৰ্চিত বিষয় বিৰোধী মিত্ৰতাত নাথাকে ৰাইজৰ দল । এই কথা শেহতীয়াকৈ স্পষ্ট হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এক সামাজিক মাধ্যমৰ পোষ্টত ।…

এখন মেচত ২৩জনক ৰঙা কার্ড, ব্রাজিলৰ ফুটবলত লজ্জাজনক ঘটনা

ডিজিটেল ডেস্ক, ১১ মার্চ : এখন মেচত ২৩খন ৰেড কার্ড৷ এই লজ্জাজনক ঘটনা সংঘটিত হৈছে ব্রাজিলৰ ফুটবলত৷ বেল’ হ’ৰিজ’ণ্টেত অনুষ্ঠিত কেম্পিঅ’নাট’ মিনেইৰ’ৰ ফাইনেলত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দুই চিৰন্তন প্রতিদ্বন্দ্বী এটলেটিকো মিনেইৰ’…

জুবিন ক্ষেত্রৰ বাবে ১০ বিঘা ভূমি সাংস্কৃতিক পৰিক্রমা বিভাগক অর্পণ

ডিজিটেল ডেস্ক, ১১ মার্চ : প্রয়াত শিল্পী জুবিন গার্গৰ সোণাপুৰস্থিত সমাধি ক্ষেত্রৰ নির্মাণৰ বাবে ৰাজ্য চৰকাৰে ১০ বিঘা মাটি আবণ্টন দিছে৷ মঙলবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত সম্পন্ন হোৱা কেবিনেট বৈঠকে জুবিন ক্ষেত্রৰ ১০ বিঘা…

সোণাপুৰত ৰাজ্যৰ প্ৰথমখন বিজ্ঞান নগৰী উদ্বোধন মুখ্যমন্ত্রী ড০ শৰ্মাৰ

ডিজিটেল ডেস্ক, ১১ মার্চ : গুৱাহাটী মহানগৰীৰ সোণাপুৰৰ টেপেচীয়াত নৱনির্মিত বিজ্ঞান নগৰী প্রকল্পটো মঙলবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উদ্বোধনী ভাষণত তেওঁ কয় যে আজি আমাৰ বাবে অত্যন্ত আনন্দৰ দিন৷ অসমে…

পত্নীৰ মৃত্যুত ১৭ দিন এটোপাল পানী সেৱন নকৰি জীৱন নাট সামৰিলে নলবাৰীৰ সুৰেন্দ্র নাথ শর্মাই

যি সময়ত প্রকৃত প্রেমৰ মৃত্যু ঘটিছে বুলি কোৱা হয়, দাম্পত্য সম্পর্কও ক্রমে ঠুনুকা হৈ আহিছে, পৰকীয়া প্রেমৰ প্রাদুর্ভাৱ ঘটিছে, তেনে সময়তে নলবাৰী জিলাৰ বৰনর্দ্দী গাঁৱৰ ফুলবাৰী চুবুৰিৰ ডাক বিভাগৰ প্রাক্তন কর্মচাৰী সুৰেন্দ্র নাথ শর্মাই পত্নীৰ…