নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মধ্যপ্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ : ৰন্ধন গেছৰ নাটনিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

ডিজিটেল ডেস্ক, ১১ মার্চ : ইজৰাইল–আমেৰিকা আৰু ইৰানৰ মাজত সংঘাত ক্রমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত এলপিজিৰ নাটনিৰ আশংকাৰ লগতে দেশৰ বিভিন্ন ঠাইত সৃষ্টি হোৱা প্রতিকূল পৰিস্থিতিৰ বাবে মঙলবাৰে নতুন দিল্লীত পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰী…

দেশজুৰি বন্ধৰ উপক্রম হোটেল–ৰেস্তোৰাঁৰ চৌকা, বাণিজ্যিক চিলিণ্ডাৰৰ ভয়াৱহ নাটনিৰ আশংকা

ডিজিটেল ডেস্ক, ১১ মার্চ : ইজৰাইল, ইৰান আৰু আমেৰিকাৰ যুদ্ধৰ প্রভাৱ পৰিবলৈ আৰম্ভ কৰিছে ভাৰতৰ হোটেল, ৰেস্তোৰাঁৰ ব্যৱসায়ত৷ দেশত ৰন্ধন গেছৰ যোগান হ্রাস পাই অহাৰ সমান্তৰালভাৱে মুম্বাই, কলকাতা, বেংগালুৰুকে ধৰি আগশাৰীৰ চহৰসমূহত আতিথ্য আৰু খাদ্য…

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাক ডি লিট প্রদান

ডিজিটেল ডেস্ক, ১১ মার্চ : অসমৰ সাহিত্য, সংস্কৃতি, সমাজসেৱাত অসাধাৰণ বৰঙণি আগবঢ়োৱা বিশিষ্ট মহিলা উদ্যোগী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাক অসম মহিলা বিশ্ববিদ্যালয়ে সর্বোচ্চ সন্মান…

সম্পাদকীয় : অসমৰ চিনেমাৰ বর্তমান

অসমীয়া চিনেমাৰ ইতিহাসত ১০ মার্চ দিনটো বিশেষভাৱে তাৎপর্যপূর্ণ৷ এই দিনটো অসমীয়া চিনেমাৰ জন্মদিন৷ ১৯৩৫ চনৰ এই দিনটোতেই প্রথম অসমীয়া চলচ্চিত্র জয়মতীয়ে মুক্তি লাভ কৰিছিল৷ এই ছবিখন নির্মাণ কৰিছিল সাংস্কৃতিক ব্যক্তিত্ব জ্যোতিপ্রসাদ আগৰৱালাই আৰু…

১১ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ মার্চ, ফাগুন মাহৰ ২৬ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : হস্তা, যাত্রা : নাই মেষ : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৮৷ বৃষ :…

VOTE VIBEৰ দ্বিতীয় সমীক্ষাত মুছলমান ভোটাৰৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : সমাগত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হৈছে VOTE VIBEৰ দ্বিতীয় সমীক্ষা। এই সমীক্ষা মতে, ৰাজ্যত বৰ্তমান চৰকাৰৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰিছে অধিকাংশ লোকে। সমীক্ষা অনুসৰি, প্ৰায়…

মুকালমুৱাত সোপাধৰাৰ সন্দেহত মানসিক বিকাৰগ্ৰস্ত মহিলাক পাশৱিক নিৰ্যাতন

নলবাৰীৰ মুকালমুৱাত মানৱতাক ভূলুণ্ঠিত কৰা এক অমানৱীয় ঘটনাই আজি সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোপাধৰাৰ সন্দেহত এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক এটা খুঁটাত হাতে-ভৰিয়ে বান্ধি একাংশ উন্মাদ লোকে অমানুষিক অত্যাচাৰ চলায়।…

বিহপুৰীয়া যুৱ কংগ্ৰেছৰ সভাপতিসহ কেইবাগৰাকী নেতা-কৰ্মীৰ দলত্যাগ 

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছতেই বিহপুৰীয়াত কংগ্ৰেছ কৰ্মীসকলৰ মাজত দলত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, বহু কংগ্ৰেছী নেতা-কৰ্মীয়ে ইতিমধ্যে ভূপেন বৰাৰ লগত যোগাযোগ ৰক্ষা কৰি গোপনে আলোচনাত…

অসম আন্দোলনৰ অগ্ৰণী নেতা বকোৰ নৰেন বড়োৰ মৃত্যুত শোকৰ ছাঁ

"মৃত্যু চিৰন্তন সত্য"- কথাষাৰৰ সত্যতা প্ৰমাণ কৰি চিৰবিদায় মাগিলে কামৰূপ জিলাৰ বকো কালিয়াবড়ী গাঁৱৰ ৰাজাবাৰী চুবাৰ নৰেন বড়োৱে। যোৱানিশা মৃত্যুবৰণ কৰা নৰেন বড়ো আছিল অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ অগ্ৰণী নেতা। তদুপৰি বড়ো আছিল অসমৰ জাতীয়…

বিশ্বকাপজয়ী ভাৰতীয় দললৈ অভিলেখ পৰিমাণৰ আৰ্থিক পুৰস্কাৰ বিচিচিআইৰ

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : বিশ্বকাপজয়ী ভাৰতীয় দললৈ বিচিচিআয়ে কৰিলে পুৰস্কাৰ ঘোষণা। ২০২৬ চনৰ আই চি চি টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পাছত ভাৰতীয় দলটোৰ ওপৰত ধনৰ বৰষুণ হৈছে। বিচিচিআই-এ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১…