প্রচণ্ড গ্রীষ্মই দহিব সমগ্র দেশ… এল নিনোৰ প্রভাৱত ভাৰতত হ্রাস পাব বৰষুণৰ মাত্রা
ডিজিটেল ডেস্ক, ১২ মার্চ : গ্রীষ্ম ঋতু এতিয়াও আহি পৰা নাই৷ ক’বলৈ গ’লে মার্চ মাহটো বা ফাগুন–চ’ত মাহ তাপমাত্রাৰ ফালৰ পৰা সুখকৰ৷ এই সময়ত বৰ বেছি গৰমো নাথাকে আৰু ঠাণ্ডাও নাথাকে৷ কিন্তু এইবাৰ মার্চ মাহৰ পৰাই খেল দেখুৱাবলৈ আৰম্ভ কৰিছে গৰমে৷ এনে…