১০ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল
আজি ১০ মার্চ, ফাগুন মাহৰ ২৫ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : হস্তা, যাত্রা : নাই
মেষ : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৮৷
বৃষ :…