তিনি বছৰতে তিনি বিশ্ব খিতাপ আঁজুৰিলে টীম ইণ্ডিয়াই
ডিজিটেল ডেস্ক, ৯ মার্চ : বিশ্বকাপ আৰম্ভ হোৱাৰ আগৰ পৰাই ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক ৰোহিত শর্মাৰ এটা বিজ্ঞাপনত কোৱা হৈছিল ‘হিষ্ট্রী ৰিপিট কৰেংগে, হিষ্ট্রী ডিফিট কৰেংগে’৷ এই কথাখিনিৰ মর্ম আছিল আকৌ বিশ্বকাপ জয়ৰ ইতিহাস পুনৰাবৃত্তি কৰাৰ লগতে…