নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত অৰুণোদয় হিতাধিকাৰীলৈ ৯ হাজাৰকৈ টকা

ডিজিটেল ডেস্ক, ৮ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা অসমৰ মাতৃ-ভগ্নীসকলৰ বাবে এক বিশেষ উপহাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে ৰাজ্যখনৰ ৪০ লাখ অৰুণোদয় পৰিয়ালক ১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত ৯,০০০ টকাকৈ দিয়া হ’ব।…

তামিলনাডুত নিৰুদ্দেশ কৰ্মৰ সন্ধানত যোৱা ঢকুৱাখনাৰ দুই সন্তানৰ পিতৃ

ঢকুৱাখনা সমজিলাৰ ২ নং বান্তৌ গাঁৱৰ মাণিক দাসৰ পুত্ৰ প্ৰভাত দাস (৪৫) নামৰ লোকজনে গাঁৱৰে দুজন ব্যক্তিৰ লগত কেৰালালৈ যোৱাৰ পথত তামিলনাডুত সন্ধানহীন হোৱাত পৰিয়ালটোৰ মাজত শোকাকুল পৰিৱেশ সৃষ্টি হয় ৷ পৰিয়াল সূত্ৰে জানিবলৈ দিয়া মতে, গাঁৱৰে…

বিশ্বকাপৰ মহাৰণৰ পূর্বে বাকযুদ্ধৰে নতুন কৌশল গ্রহণ নিউজিলেণ্ডৰ অধিনায়কৰ

ডিজিটেল ডেস্ক, ৮ মার্চ : আৰু মাত্র কেইঘণ্টামান বাকী৷ আজি নিশা ৭ বজাত আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বহু প্রতীক্ষিত টি–২০ বিশ্বকাপৰ খিতাপ যুঁজৰ মেচ৷ খিতাপ যুঁজত নমাৰ পূর্বে বাকযুদ্ধত নতুন কৌশল গ্রহণ কৰিছে নিউজিলেণ্ডৰ…

ইৰানক আক্রমণৰ বাবে গঠন ‘ইছলামিক নাটো’

ডিজিটেল ডেস্ক, ৮ মার্চ : ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ হত্যাৰ প্রতিশোধ ল’বলৈ ইৰানে সমগ্র মধ্যপ্রাচ্যত চলাইছে এটাৰ পিছত আনটো আক্রমণ৷ ছৌদি আৰব, সংযুক্ত আৰব আমীৰ শ্বাহী, কাটাৰ, কুৱেইট, বাহৰেইনৰ লগতে আজাৰবাইজানতো ইৰানৰ মিছাইলৰ আঘাত…

ৰঙাপৰাত চাহ মজদুৰ সংঘৰ আন্তৰ্জাতিক নাৰী দিৱস পালন

সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ ৰঙাপৰাতো দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ উদ্যোগত ৰঙাপৰাত নাৰী দিৱসৰ লগত সংগতি ৰাখি এক সজাগতা ৰেলী উলিওৱা হয় । সজাগতা ৰেলীত…

বকোৰ অলিয়ে গলিয়ে বিজেপি নেত্ৰী মৌচুমী ব্ৰহ্মৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৮ মাৰ্চ : সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে ব্যাপক হাৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ শাসক-বিৰোধী । অসমত আকৌ এবাৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ শাসকীয় বিজেপি দলৰ নেতাসকলে বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি চলাইছে…

নাগালেণ্ডত অৰ্ধগলিত অৱস্থাত অসমৰ শিক্ষকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক, ৮ মাৰ্চ :  নাগালেণ্ডত অসমৰ এগৰাকী শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৰ্ধগলিত অৱস্থাত ঊষা জিলাৰ এখন নদীৰ কাষত উদ্ধাৰ হয় শিক্ষক অভিজিত শইকীয়াৰ মৃতদেহ। ঘটনাটোৱে সমগ্ৰ তিতাবৰত সৃষ্টি কৰিছে তীব্ৰ…

বিজেপিৰ জন আশীর্বাদ যাত্রাত ৬ দিনত ১০ লাখৰ শুভাশিস মুখ্যমন্ত্রী ড০ শর্মাক

ডিজিটেল ডেস্ক, ৮ মার্চ : বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ পূর্বেই ৰাজ্যবাসীৰ আস্থা–বিশ্বাস আৰু আশীর্বাদক নির্বাচনী যুঁজৰ অস্ত্রৰূপে পৰিগণিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত আৰম্ভ হোৱা জন আশীর্বাদ যাত্রা পর্যবসিত হৈছে…

ইজৰাইলী ক্ষেপণাস্ত্রৰ আঘাতত জ্বলিছে তেহৰান, মধ্যপ্রাচ্যত ৮ দিনে নির্বাপিত হোৱা নাই যুদ্ধৰ জুই

ডিজিটেল ডেস্ক, ৮ মার্চ : আঠ দিনৰ পিছতো মধ্যপ্রাচ্যত নির্বাপিত হোৱা নাই যুদ্ধৰ জুই৷ শনিবাৰে পুৱা ইজৰাইলী ক্ষেপণাস্ত্রৰ আঘাতত দাওদাওকৈ জ্বলিল তেহৰানৰ বিমানবন্দৰকে ধৰি একাধিক স্থান৷ ইৰানৰ ৰাজধানীৰ মেহৰাবাদ বিমানবন্দৰো ইজৰাইলী ক্ষেপণাস্ত্রৰ…

আহমেদাবাদত আজি বিশ্ব জয়ৰ শেষ ৰণ, ইতিহাস গঢ়াৰ লক্ষ্য টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্ক, ৮ মার্চ : প্রতীক্ষাৰ অন্ত৷ এমাহ ধৰি চলা টি–২০ বিশ্বকাপৰ চেম্পিয়ন দলক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত আজি বিশ্ব জয়ৰ শেষ ৰণ৷ এই ৰণত নামিব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়া আৰু নিউজিলেণ্ড৷ আজিৰ এই…