বক্সিৰহাটত অসম অভিমুখী ট্ৰাকৰ পৰা ১৬টাকৈ গো-ধন উদ্ধাৰ, আটক ট্ৰাকচালক
শনিবাৰে নিশা ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ সমীপৱৰ্তী পশ্চিমবংগৰ বক্সিৰহাটত এখন ট্ৰাকৰ পৰা আৰক্ষীয় ১৬টাকৈ গো-ধন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, বক্সিৰহাটৰ সূৰ্য সেন মোৰত অসম অভিমুখী এএছ-০১টিচি-৬২৩০ নম্বৰৰ ট্ৰাক…