বক্সিৰহাটত দেশীয়ভাৱে নিৰ্মিত লোডেড পিষ্টলসহ আটক এজন
নিৰ্বাচনৰ আগে আগে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ সমীপৱৰ্তী পশ্চিমবংগৰ বক্সিৰহাটৰ পৰা আজি এটা লোডেড দেশীয়ভাৱে নিৰ্মিত এটা পিষ্টলসহ এজনক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত আজি পুৱা বক্সিৰহাট…