৮ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল
আজি ৮ মাৰ্চ, ফাগুন মাহৰ ২৩ তাৰিখ, দেওবাৰ
মেষ : পুৱা দহ বজালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ শৰীৰ সম্পর্কে সচেতন থাকক৷ আর্থিকত মজলীয়া৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
বৃষ : কর্মাদিত…