ৰাজধানী দিল্লী কঁপোৱাৰ হুংকাৰ লস্কৰ সন্ত্রাসবাদীৰ
নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : পাকিস্তান যে সন্ত্রাসবাদৰ অভিকেন্দ্র, সেয়া পুনৰ প্রমাণ হ’ল৷ লাহোৰত থিয় হৈ এইবাৰ ভাৰতৰ ৰাজধানী দিল্লীত আক্রমণ চলোৱাৰ হুমকি দিলে লস্কৰ সন্ত্রাসবাদী চৈয়দ আব্দুল ৰহমান নকভিয়ে৷ তাৰ লগতে কাশ্মীৰক মুক্ত কৰাৰ দাবীও তোলে…