বিহালীত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত দুজন
বিহালীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ খেৰবাৰী অঞ্চলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হৈছে। ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, AS 12 Y 1351 নম্বৰৰ এখন মটৰচাইকেল একে দিশে আগবাঢ়ি আহি থকা অৱস্থাত…