ওদালগুৰিৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান
ওদালগুৰিৰ অতিৰিক্ত সত্ৰ ন্যায়ধীশৰ আদালতে ওদালগুৰিৰ কলাইগাঁৱত সংঘটিত এটা হত্যাকাণ্ড ঘটনাৰ ৰায়দান কৰি পিতৃ হত্যাকাৰী নিৰঞ্জন ৰাভাক ১০ বছৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহে।
চৰকাৰী অধিৱক্তা মহিৰাম খাখলাৰীয়ে সদৰী কৰা তথ্য মতে যোৱা ২০২৪ চনৰ…