১৩ মার্চৰ পৰা ৰাজ্যৰ চাহ শ্রমিকক ভূমিপট্টা দিয়াৰ অভিযান
ডিজিটেল ডেস্ক, ২৪ ফেব্রুৱাৰী : অহা ১৩ মার্চৰ পৰা ৰাজ্যৰ চাহ শ্রমিকসকলক ভূমিপট্টা দিয়াৰ অভিযান আৰম্ভ কৰিব ৰাজ্য চৰকাৰে৷ ভূমিপট্টা দিয়াৰ পিছতেই চাহ শ্রমিকসকলৰ সেই স্থানত পিএমএৱাইৰ বাসগৃহ নির্মাণ কৰি দিয়া হ’ব৷ এইক্ষেত্রত ভাৰত চৰকাৰে ইতিমধ্যে…