অভয়াপুৰীত বিৰোধীক টিপ্পনী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
যেনেকৈ বাৰিষাত পানী হলে ভেকুলী ওলাই৷ তৰ্তৰ কৈ মাতে ঠিক তেনেকৈ নিৰ্বাচনৰ সময়ত এইবোৰ বিৰোধী ঐক্য, বিৰোধী মঞ্চ গঠন হয়। এইদৰে বিৰোধীক বাৰিষাৰ ভেকুলীৰ লগত ৰিজালে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷
আজি অভয়াপুৰী সমজিলাৰ অন্তৰ্গত বিভিন্ন কামৰ…