মৰিগাঁও জিলা বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচন সভা সম্পন্ন, পীযূষ-ৰমাকান্তক সমৰ্থন দলীয় কৰ্মীৰ
আসন্ন নিৰ্বাচনত জাগীৰোড সমষ্টিৰ অবিসম্বাদী নেতা বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকা সৰ্বসন্মত প্ৰাৰ্থী হিচাপে প্ৰস্তাৱিত হৈছে। আনহাতেদি মৰিগাঁও সমষ্টিত বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৬৮জন কাৰ্যকতাৰ ভিতৰত ৬৫জনৰ গজগজীয়া সমৰ্থন লাভ…