বাংলাদেশী নাগৰিকক আৰক্ষীক গতালে চাহ বাগিচাৰ লোকে
ভাৰত-বাংলাদেশ সীমান্তৰ ইচামতি নদী সাতুৰি পাৰ হৈ এজন বাংলাদেশী লোক তিতাবৰ উপস্থিত হোৱা ঘটনাই আজি তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লোকজনৰ নাম মহম্মদ আল হাছান।
তিতাবৰৰ মেজেঙা চাহ বাগিছাত ৰাইজে মহম্মদ আল হাছানক কৰায়ত্ত কৰি আৰক্ষীক…