বাঘবৰত লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা
ডিজিটেল ডেস্ক, বাঘবৰ, ২৮ জুন : বাঘবৰৰ দলাগাঁও চৰত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। আজি পুৱা ব্ৰহ্মপুত্ৰ নদীৰে বৌহতি পাৰঘাটৰ পৰা বাঘবৰ বজাৰলৈ আহোঁতে ব্ৰহ্মপুত্ৰ নদীৰ মাজত সংঘটিত হয় এই ভয়াৱহ নাও দুৰ্ঘটনা।
বাঘবৰ থানাৰ অন্তৰ্গত দলাগাঁও…