নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শ্বিলঙত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ৮৭সংখ্যক বৈঠক

আজি শ্বিলঙৰ Courtyard by Marriott হোটেলৰ সম্মিলন কক্ষত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ৮৭তম বৈঠক অনুষ্ঠিত হয়। বৈঠকখন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ড° ৰণবীৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হয়। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ লগতে পশ্চিমবংগৰ কেন্দ্ৰীয় আৰু…

নলবাৰীত অপূৰ্ব কুমাৰ চক্ৰৱৰ্তীৰ কাব্যগ্ৰন্থ ‘বিশ্বনাথৰ  চয়ন’ উন্মোচন

নলবাৰীৰ জাপাৰকুছিত কবি অপূৰ্ব্ব কুমাৰ চক্ৰৱৰ্তীৰ কাব্যগ্ৰন্থ 'বিশ্বনাথৰ চয়ন' কালি সন্ধিয়া নিজ বাসগৃহত  উন্মোচন কৰা হয়। কাব্যগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি তথা গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ড০ পূৰ্ণ ভট্টাচাৰ্যই। ভাষণ…

BCCI-ৰ বার্ষিক চুক্তিত বি গ্রেডলৈ অৱনমিত কোহলি–ৰোহিত, উমাৰ স্থান লাভ

বিচিচিআইৰ বার্ষিক চুক্তিত ‘বি’ গ্রেডলৈ অৱনমিত হ’ল ভাৰতীয় দলটোৰ দুই জ্যেষ্ঠ তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মা৷ ব’র্ডে ২০২৫–২৬ বর্ষৰ বাবে খেলুৱৈৰ চুক্তি তালিকা প্রকাশ কৰিছে৷ পূর্বতে এ প্লাছত থকা ৰোহিত শর্মা আৰু বিৰাট কোহলিক এইবাৰ…

লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ, কংগ্ৰেছৰ নেতৃত্বত ১১৯ সাংসদৰ স্বাক্ষৰ

চলিত বাজেট অধিৱেশনৰ আৰম্ভণিৰে পৰা লোকসভাত তীব্ৰ হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি হৈছে। প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছে। জাননীখন লোকসভা সচিবালয় আৰু মহাসচিবক দাখিল কৰা…

গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেলৰ বিৰুদ্ধে মানহানি গোচৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিৰুদ্ধে কৰা “মিছা, দুষ্ট আৰু মানহানিকাৰী অভিযোগ”ৰ বাবে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলৰ বিৰুদ্ধে মানহানি গোচৰ দাখিল কৰিছে। মঙ্গলবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ৩…

বৰপেটাৰ বাঘমাৰাত ৰাইজে আৰক্ষীক গতালে কুখ্যাত ড্ৰাগছ মাফিয়াক

বৰপেটাৰ বাঘমাৰাত যুৱ সমাজে কুখ্যাত ড্ৰাগছ মাফিয়া জিন্দাদুৰ ৰহমানক হাতে-লোটে ধৰি গতাই দিয়ে আৰক্ষীক | জানিব পৰা মতে, আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং বাঘমাৰা চৰৰ জিন্দাদুৰে দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় | নিশা গোপন…

মণিপুৰত পুনৰ উত্তেজনা : ৫ দিনৰ বাবে ইণ্টাৰনেট বন্ধ

মণিপুৰত পুনৰ হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উখৰুলৰ লিটান গাঁৱত গুলীৰ শব্দ শুনা গৈছে। প্ৰায় ৩০ৰ অধিক ঘৰলৈ জুই বলিছে। জুইৰ পাছত মানুহে নিজৰ ঘৰ এৰি পলাইছে। তথ্য অনুসৰি, এই অঞ্চলত ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। মণিপুৰত উত্তেজনা…

T20 WC 2026 : নামিবিয়াৰ বিৰুদ্ধে সাত উইকেটত জয় লাভ নেদাৰলেণ্ডৰ

নামিবিয়াৰ বিৰুদ্ধে মঙ্গলবাৰে দিল্লীত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খেলত নেদাৰলেণ্ডছে সাত উইকেটত জয় লাভ কৰিছে। ১৫৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি নেদাৰলেণ্ডছে ১৮ অভাৰত ১৫৯/৩ ৰান কৰি বিজয় সাব্যস্ত কৰে। নেদাৰলেণ্ডৰ বাচ ডে লিডে ৪৮ বলত অপৰাজিত ৭২ ৰান কৰে,…

গৌৰৱ গগৈ নিজৰ পৰিয়ালতেই সংখ্যালঘু : মন্ত্রী পীয়ূষ হাজৰিকা

ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী : আসন্ন বিধানসভা নির্বাচনক কেন্দ্র কৰি অসমত ৰাজনৈতিক উত্তাপ দিনকদিনে তীব্রতৰ হৈ উঠিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা পাকিস্তান লিংক সন্দর্ভত…

গোৱালপাৰাত খেদি খেদি গ্ৰেপ্তাৰ ৩ জালনোট সৰবৰাহকাৰীক, জব্দ ৭.৭৫ লাখৰ জালনোট

গোৱালপাৰা জিলাৰ শোলমাৰীত যোৱানিশা আৰক্ষীৰ জালত পৰে ৩ জালনোট সৰবৰাহকাৰী। জানিব পৰা মতে, পশ্চিম গোৱালপাৰা সমজিলা আৰক্ষী অধীক্ষক অভিলাশ বৰুৱাৰ নেতৃত্বত আগিয়া থানা আৰু লক্ষীপুৰ থানাৰ আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত লক্ষীপুৰৰ পৰা খেদি খেদি আহি…