নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আইএছবিটিত হিট এণ্ড ৰান… নিহত পথচাৰীৰ পৰিচয় বৰ্তমানেও অজ্ঞাত

গুৱাহাটী মহানগৰীৰ আইএছবিটিত সংঘটিত হৈছে এক শোকাৱহ হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত এখন বাহনে পথচাৰীক মহটিয়াই লৈ যায়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পথচাৰীগৰাকীৰ মৃতদেহৰ অংশ চিন্নভিন্ন হৈ পথৰ ওপৰতে ছিটিকি পৰে। ঘটনাৰ খবৰ পাই তৎক্ষণাত গড়চুক…

গেট ভাঙি শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰৱেশ গজৰাজৰ… বনাঞ্চললৈ ওভতালৈ আৰক্ষী-বন বিভাগে

মহানগৰীৰ বৰাগাঁৱত সোমবাৰে নিশা গজৰাজৰ হঠাৎ পৰিদৰ্শনে সৃষ্টি কৰে আতংকজনক পৰিস্থিতি। নিশা মুক্তভাৱে বিচৰণ কৰি অহা এটা বনৰীয়া হাতীয়ে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক চৌহদত প্ৰৱেশ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, গড়ভঙা বনাঞ্চলৰ পৰা নামি অহা গজৰাজে দীপৰ বিল…

পথ দুৰ্ঘটনাত গৰ্ভৱতী মহিলাৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩

আগমনিৰ হালাকুৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহন আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱাইছে এগৰাকী ৮ মহীয়া গৰ্ভৱতী মহিলা। প্ৰাপ্ত খবৰ অনুসৰি, নিহত মহিলাগৰাকী লিজা তিয়ৰ বুলি চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাত…

ৰাজ্যজুৰি ২০২৬-২৭ শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ

আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ল ২০২৬–২৭ শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যক্ৰম বিতৰণৰ কাৰ্যসূচী। মহানগৰীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এই পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। এই…

৪২বাৰৰ চেম্পিয়ন মুম্বাই বাহিৰ : অন্তিম চাৰিলৈ কর্ণাটক

প্রথমবাৰৰ বাবে ৰঞ্জি ট্রফীৰ ছেমিফাইনেলত প্রৱেশ কৰিলে জম্মু–কাশ্মীৰে৷ চলিত ছিজনৰ প্রতিযোগিতাখনৰ কোৱার্টাৰ ফাইনেলত মধ্যপ্রদেশৰ বিৰুদ্ধে ৫৬ ৰানত জয়লাভ কৰি ছেমিফাইনেলত প্রৱেশ কৰাই নহয়, ইতিহাসো ৰচনা কৰে জন্মু–কাশ্মীৰে৷ মেচখনত জম্মু–কাশ্মীৰে জয়ৰ…

দেশত ডিজিটেল এৰেষ্টত অন্তর্ধান ৫৪ হাজাৰ কোটি টকা

নিউজ ডেস্ক, ১০ ফেব্রুৱাৰী : ডিজিটেল এৰেষ্টক লৈ সমগ্র দেশতে শংকা আৰু চর্চা বৃদ্ধি পাইছে৷ ডিজিটেল এৰেষ্টৰ মাধ্যমেৰে দেশত ৫৪ হাজাৰ কোটি টকাৰো অধিক ধন লুটি নিছে প্রৱঞ্চকে৷ ই ডকাইতিতকৈ কোনোগুণে কম নহয়৷– সোমবাৰে ডিজিটেল এৰেষ্টক লৈ এটা গোচৰত এনে…

সূৰ্যৰ শক্তি পৰিবহণৰ নতুন কৌশল উন্মোচন তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ

“ সূৰ্য কেৱল পোহৰ আৰু তাপৰ এক উজ্জ্বল পিণ্ডই নহয় ই এক গতিশীল আৰু সদায় সক্ৰিয় নক্ষত্ৰ যিয়ে পৃথিৱীৰ বায়ুমণ্ডল নিয়ন্ত্ৰণ কৰাৰ লগতে জীৱজগতক প্ৰাণদান কৰে। ইয়াৰ উজ্জ্বল পৃষ্ঠৰ তলত শক্তিশালী তৰংগ আৰু শক্তিযুক্ত কণাবোৰ অহৰহ গতি কৰি থাকে আৰু…

পলাশবাৰীৰ বৰটাৰীত বৰলুইতৰ পাৰত বৃহৎ কৃষি বিপ্লৱ

চৰকাৰী চাকৰিমুখী নহৈ একাংশ যুৱকে কৃষি কৰ্মৰে নিজৰ লগতে আন দহজনক উপাৰ্জনৰ দেখুৱাই স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাই ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। দক্ষিণ কামৰূপৰ বৰটাৰীৰ এচাম শিক্ষিত যুৱকে কৃষি বিপ্লৱৰ সূচনা কৰিছে। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত…

আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা, বৃদ্ধি পালে পৰীক্ষার্থীৰ সংখ্যা

ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী : অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ এছেবৰ অধীনত আজিৰ পৰা ৰাজ্যজুৰি অনুষ্ঠিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ প্রায় এমাহজোৰা কার্যসূচীৰে ৰাজ্যৰ ১,০৪৬টা পৰীক্ষা কেন্দ্রত এইবাৰ মুঠ ৪,৩৮,৬৬৫গৰাকী পৰীক্ষার্থীয়ে…

নির্ধাৰিত সূচীমতে অনুষ্ঠিত হ’ব ভাৰত–পাকিস্তানৰ মেচ

অন্ত পৰিল আঠদিনীয়া নাটকৰ৷ বয়কট নাটকৰ অন্ত পেলাই টীম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে পাকিস্তান৷ আইচিচিৰ সৈতে হোৱা বৈঠকৰ পিছত স্পষ্ট হৈ পৰিছিল যে পাকিস্তানে স্থিতি সলাব৷ অৱশেষত সেইটোৱে হ’ল৷ গেম ইজ অন৷ অর্থাৎ ১৫ ফেব্রুৱাৰীত শ্রীলংকাত…