নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কাৰ্বি আংলঙত ছগৰাকীক বিদেশী ঘোষণা, বহিষ্কাৰৰ নিৰ্দেশ জাৰি

কাৰ্বি আংলং জিলাৰ ছয়গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰিছে ডিফুৰ বিদেশী ন্যায়াধিকৰণে। ন্যায়াধিকৰণৰ এই ৰায়ৰ পাছতে জিলা প্ৰশাসনে তেওঁলোকক অসম তথা দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত মোঃ…

ৰাজ্যত উচ্ছেদ অভিযানক লৈ ছুপ্রিম ক’ৰ্টৰ বিশেষ নিৰ্দেশ

সংৰক্ষিত বনাঞ্চলক বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ অভিযানক স্বচ্ছ কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন বিশেষ কমিটী গঠন কৰিবলৈ চৰকাৰক নির্দেশ প্রদান কৰে৷ ন্যায়াধীশ পি এছ নৰসিমহা আৰু ন্যায়াধীশ অলোক আৰাধেৰ খণ্ড বিচাৰপীঠে উচ্ছেদিত লোকসকলে…

১৫০০ কোটি টকাৰ লোকচানৰ পৰা ৰক্ষা পৰিল আইচিচি

চলিত টি–২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে খেলিবলৈ সন্মত হোৱাত ক্রিকেট জগতখন বৃহৎ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিল৷ জানিব পৰা মতে এই মেচখন অনুষ্ঠিত নহ’লে আইচিচিৰ ১৫০০ কোটিৰো অধিক লোকচান হ’লহেঁতেন৷ এক সূত্রৰ মতে, যদি ১৫ ফেব্রুৱাৰীৰ খেলখন…

সম্পাদকীয় : নির্বাচন, ছ’চিয়েল মিডিয়া আৰু ভুৱা তথ্যৰ অদৃশ্য যুদ্ধ

এসময়ত নির্বাচন মানেই আছিল গাঁও বা চহৰখনৰ নির্দিষ্ট ঠাইত হোৱা খোলা সভা, মঞ্চৰ পৰা দিয়া সন্মোহনী ভাষণ, কাগজত ছপা কৰা প্রতিশ্রুতি৷ এফালে কেইবাজনো প্রার্থী আৰু তেওঁলোকৰ সমর্থক, আনফালে একেখিনি ভোটাৰ৷ আজিৰ দিনত নির্বাচনী যুদ্ধৰ সেই দৃশ্য প্রায়…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ ফেব্রুৱাৰী, মাঘ মাহৰ ২৮ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : স্বাতী, যাত্রা : নাই মেষ : কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু খেলিমেলি৷ শুভ ৰং বগা৷…

আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিল পলাশবাৰীৰ অঞ্জলি দাস

আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাটৰ খেলুৱৈ অঞ্জলি দাস। আবুধাবিত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিকছ মীটত ৫০০০ মিটাৰ খোজ কঢ়া প্রতিযোগিতাত তেওঁ স্বর্ণ পদক অর্জন কৰি অসমৰ লগতে দক্ষিণ কামৰূপলৈ গৌৰৱ কঢ়িয়াই আনে। তেওঁৰ এই…

অসমত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ… কিমান ভোটাৰ পালে হ্ৰাস

বিশেষ পুনৰীক্ষণৰ পাছত অসমত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। এই তালিকাত মুঠ ২.৪৯ কোটি ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে, যিটো খচৰা ভোটাৰ তালিকাৰ তুলনাত ০.৯৭ শতাংশ কম। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ মতে, খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা…

কাজলগাঁৱত বড়োলেণ্ড দিৱস উদযাপন

বি টি এ ডিৰ সদৰ কোকৰাঝাৰ গ্ৰীন ফিল্ডৰ উপৰি পৰিষদীয় অঞ্চলৰ অন্তৰ্গত প্ৰতিখন জিলা সদৰ, মহকুমা সদৰতো ২৪সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰা হয়। বড়োলেণ্ড দিৱস উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত পুৱাৰে পৰা বিস্তৃত…

তিনিচুকীয়াত RBI-ৰ বিত্তীয় সাক্ষৰতা সপ্তাহ-২০২৬ আৰম্ভ

ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৬ তিনিচুকীয়া জিলাত সোমবাৰৰ পৰা আৰম্ভ হৈছে আৰু ১৩ ফেব্ৰুৱাৰীলৈ চলি থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতিবছৰ বিত্তীয় সাক্ষৰতা সপ্তাহ পালন কৰে আৰু এই সপ্তাহটোত এক নিৰ্দিষ্ট বিষয়বস্তু থাকে…

ততাতৈয়াকৈ বিল উলিওৱাৰ নামত ধেমাজিত বিসংগতিপূৰ্ণভাৱে পথ নিৰ্মাণ

নিৰ্বাচনৰ প্ৰাকক্ষণত ততাতৈয়াকৈ বিল উলিওৱাৰ নামত ব্যাপক বিসংগতিৰে ধেমাজিত চলিছে একাংশ পথ নিৰ্মাণ। ধেমাজি পাঁচআলিৰ পৰা আদিকলীয়ালৈ লোকনিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হোৱা এটা পকীপথে সকলোৰে দৃষ্টি কাঢ়িছে। পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰি পথৰ ওপৰত বগা…