নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এখন জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে বদলা ৰাংগাপানীবাসীক

এখন জৰাজীৰ্ণ কাঠৰ দলঙে যাতায়াতৰ নামত জীয়াতু ভোগাইছে কামৰূপৰ ছমৰীয়া সমষ্টিৰ বদলা ৰাংগাপানী অঞ্চলৰ ৰাইজক | বদলা বজাৰ আৰু ই এণ্ড ডি মথাউৰি সংলগ্ন সদাব্যস্ত পথৰ কাঠৰ দলংখন জৰাজীৰ্ণ হোৱাৰ ফলত যাতায়াতত যমৰ যাতনা ভুগিবলগীয়া হৈছে গঞাই | দলংখন…

আন্তঃৰাষ্ট্ৰীয় ভাৰত ৰং নাট মহোৎসৱত উজলিল ‘কামৰূপা’

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত হোৱা সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ২৫সংখ্যক ভাৰত ৰং মহোৎসৱ ২০২৬ত ঢকুৱাখনাৰ বেচৰকাৰী সংস্থা ৰংগভূমিয়ে চুতীয়া যুৱ সন্মিলন, অসমৰ সহযোগত…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাত্ৰ ২টা দিন, আখলত ব্যস্ত গাঁৱৰ আই-মাতৃ

ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী : মাজত মাত্ৰ দুদিন। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব লগা…

সক্ৰিয় ৰাজনীতিলৈ ড০ জ্ঞানশ্ৰী বৰা, এৰিলে অধ্যাপিকাৰ চাকৰি

সক্ৰিয় ৰাজনীতিলৈ উভতিব ড০ জ্ঞানশ্ৰী বৰা। ৰাইজৰ দলৰে জড়িত হৈ অখিল গগৈৰ সৈতে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ড০ জ্ঞানশ্ৰী বৰা শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে নিযুক্ত হৈছিল। কিন্তু…

হোজাইত পৃথক পথ দুৰ্ঘটনাত চাৰি যুৱকৰ কৰুণ মৃত্যু, সংকটজনক এজন

হোজাই জিলাৰ মোৰাঝাৰত পৃথক দুৰ্ঘটনাত চাৰি যুৱকৰ কৰুণ মৃত্যু হোৱাৰ লগতে এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। হোজাই জিলাৰ মোৰাঝাৰৰ পীৰ বাজাৰ অঞ্চলত নম্বৰবিহীন এখন বাইক আৰু AS-31B-1853 নম্বৰৰ আন এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ…

ম’ম’ খোৱাৰ নিচাত ৮৫ লাখ টকাৰ গহনা বিক্রী কিশোৰৰ

নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : দিনে দিনে ম’ম’ খোৱাৰ নিচা বাঢ়ি গৈছিল কিশোৰজনৰ৷ ম’ম’ খাই ধন পৰিশোধৰ বাবে চুৰি কৰিবলৈ লৈছিল মাকৰ গহনা ৷ দিনৰ পিছত দিন ধৰি গহনাৰ বিনিময়ত ম’ম’ খাই গৈছিল কিশোৰজনে৷ নিজৰ অঞ্চলটোত ম’ম’ বিক্রী কৰা দোকানখনৰ পৰা ১৪ বছৰীয়া…

বাক্সা-নাৰায়ণপুৰত হাতীৰ আক্ৰমণত নিহত ৩, উদ্বিগ্ন গঞা

বাক্সা জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বাক্সা জিলাৰ খৈৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোকে কৰুণ মৃত্যুক সাবটি লয় মঙলবাৰে পুৱা। নিহত হয় গোবিন্দ মিজাৰ আৰু তেওঁৰ ভাইৱোৱাৰী উমিমায়া চাৰকি। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা গোবিন্দ…

ডলাৰ নহয়, চীনৰ য়ুৱান হ’ব গোলকীয় মুদ্রা, ৰাষ্ট্রপতি জিনপিঙৰ দাবীত নিদ্রাহৰণ ট্রাম্পৰ

নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : বিশ্বৰ বজাৰত অন্ত পৰিবলৈ ধৰিছে মার্কিন ডলাৰৰ একাধিপত্য৷ এইবাৰ পোনপটীয়াকৈ এনে এটি বার্তা দিলে চীনৰ ৰাষ্ট্রপতি জি জিনপিঙে৷ তেওঁ দাবী কৰে যে মার্কিন ডলাৰ নহয়, এইবাৰ চীনা মুদ্রা য়ুৱান হৈ উঠিব গোলকীয় মুদ্রা৷ জিনপিঙৰ…

বহিঃৰাজ্যত অসমৰ যুৱক শুভংকৰৰ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। বিশাখাপট্টনমত মৃত্যু সোণাৰিৰ শুভংকৰ ভট্টচাৰ্য নামৰ যুৱকজনৰ। কৰ্মসংস্থানৰ সন্ধানত তিনি মাহৰ পূৰ্বে বিশাখাপট্টনমলৈ গৈছিল শুভংকৰ। সোণাৰিৰ সমীপৰ হিঙৰিতলী গঞ্জুপাৰা গাঁৱৰ বাসিন্দা শুভংকৰ।…

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, হাইক’ৰ্টৰ সমীপত যুৱতীৰ কৰুণ মৃত্যু

দুৰ্ঘটনাই কালৰূপ ধাৰণ কৰিছে মহানগৰী গুৱাহাটীত। প্ৰতিটো দিনতেই যোন দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে নিৰীহ লোকৰ। পুনৰ মহানগৰীত ঘটিল এটা শোকাৱহ পথ দুৰ্ঘটনা। কালি নিশা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিয়ন্ত্রণ…