বিতর্ক–বিবাদেৰে সাহিত্য সভাৰ বিশেষ গুৱাহাটী অধিৱেশনৰ সামৰণি
বাক্–বিতণ্ডা–বিবদমান পৰিস্থিতিৰ মাজেৰে সামৰণি পৰিল অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ৷ পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত যোৱা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত বিশেষ অধিৱেশনখনৰ দ্বিতীয় মুকলি অধিৱেশনখন উদ্বোধন…