লখিমী মিস্ত্ৰী আঁচনি : ধেমাজিত ৪০গৰাকী মহিলাৰ বিশেষ প্ৰশিক্ষণ
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিয়ে মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ এক অভিনৱ পদক্ষেপ ‘লখিমী মিস্ত্ৰী’ আঁচনিয়ে…