পাটাছাৰকুছি শাখা সাহিত্য সভাৰ উদ্যোগত জ্যোতি দিৱস পালন
অসম সাহিত্য সভাৰ আহ্বান মৰ্মে আজি পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ উদ্যোগত 'জ্যোতি দিৱস' সভাৰ আজীৱন সভ্য ৰত্নেশ্বৰ ৰয়ৰ নিজ সৰিহ গাঁৱৰ ভোহাপাৰাস্থিত বাসগৃহত অনন্য ৰূপত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আয়োজিত সভাৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদ…