আটাইতকৈ বেছি বৰষুণ হোৱা মৌচিনৰামত অস্বাভাৱিকভাৱে হ্রাস গড় বৃষ্টিপাত
নিউজ ডেস্ক, ১৮ জানুৱাৰী : পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মেঘালয়ৰ মৌচিনৰাম৷ কিন্তু বায়ু প্রদূষণৰ ফলত অঞ্চলটোত হ্রাস পাইছে বৃষ্টিপাতৰ পৰিমাণ৷
বিজ্ঞানীসকলৰ বিশ্লেষণ অনুসৰি, এটা দশকত মৌচিনৰামত বার্ষিক বৰষুণৰ পৰিমাণ ১৪০০ মিলিমিটাৰ কমিছে৷…