আজিৰ দিনটোৰ ৰাশিফল
আজি ২৪ জুন, আহাৰ মাহৰ ৯ তাৰিখ
বুধবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : চিত্রা, যাত্রা : মধ্যম
মেষ : আজি কর্মক্ষেত্রত শুভ৷ শাৰীৰিকভাৱে দুর্বলতাই দেখা দিব৷ দিনটো সুকলমে পাৰ হ’ব৷ বিবাহিত সম্পর্ক কাজিয়াৰ সৃষ্টি৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ…