আৰক্ষী সেৱা-সামাজিক কামৰ স্বীকৃতি, ফেমিনা ফেব লিষ্টত ইন্দ্রাণী বৰুৱা
ফেমিনা ইণ্ডিয়া গ্রুপৰ দ্বাৰা প্রকাশিত প্রখ্যাত ফেমিনা আলোচনীৰ শেহতীয়া সংখ্যাত বিশেষভাৱে চর্চা হৈছে অসমৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, আৰক্ষী উপ–মহাপৰিদর্শক ইন্দ্রাণী বৰুৱা৷ ২০২৫ বর্ষৰ বাবে ফেমিনা গ্রুপে ফেমিনা ফেব তালিকাত অন্তর্ভুক্ত কৰাৰ সুবাদতে…