নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ইণ্ডিগ’ৰ অচলাৱস্থা : DGCA-ৰ বৃহৎ পদক্ষেপ

ইণ্ডিগ’ৰ বাৰম্বাৰ বিমান বাতিল, দুৰ্ব্যৱস্থা আৰু যাত্ৰীৰ ক্ষোভ বৃদ্ধি পোৱা পৰিস্থিতিৰ মাজতেই অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (DGCA)-এ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে ৪গৰাকী বিমান পৰিচালনা পৰিদৰ্শকক নিলম্বন কৰিছে। এই পৰিদৰ্শকসকল…

দাখিল জুবিনৰ মৃত্যু ঘটনাৰ চাৰ্জশ্বীট : ৪জনৰ বিৰুদ্ধে হত্যাৰ ধাৰা প্ৰয়োগ

সাংস্কৃতিক আইকন আৰু লক্ষাধিক অনুৰাগীৰ হৃদয় জিনা জুবিন গাৰ্গৰ অকাল মৃত্যু গোচৰত বিশেষ অনুসন্ধানকাৰী দলে (SIT) আজিৰ (ডিচেম্বৰ ১২) দিনটোত গুৱাহাটীৰ কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিছে। গ্ৰেপ্তাৰ হোৱা ৭জন…

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ শিৱৰাজ পাটিলৰ পৰলোক গমন

জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু সন্মানীয় সংসদীয় ব্যক্তিত্ব শিৱৰাজ পাটিলে ৯০ বছৰত মহাৰাষ্ট্ৰৰ লাটুৰস্থিত তেওঁৰ নিৱাস ‘দেৱঘৰ’ত পৰলোক গমন কৰিছে। পৰিয়ালে জানিবলৈ দিছে যে অলপ সময়ৰ ৰোগৰ পিছতেই তেওঁৰ মৃত্যু ঘটে। তেওঁৰ মৃত্যুতে ৰাজনৈতিক মহলে গভীৰ শোক…

‘নিয়মীয়া বাৰ্তা’ৰ জ্যেষ্ঠ সাংবাদিক শ্যামল চন্দ্ৰ ৰায়ৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১২ ডিচেম্বৰ : ধুবুৰী জিলাৰ আগমনিৰ নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক শ্যামল চন্দ্ৰ ৰায় আৰু নাই। চিকিৎসাধীন অৱস্থাতে পশ্চিমবংগৰ কোচবিহাৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ…

চি জে এম আদালতত দাখিল জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ চাৰ্জশ্বীট

ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ : অপেক্ষাৰ অন্ত... অৱশেষত আজি দুমাহ ২০ দিনজোৰা তদন্তৰ অন্তত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিয়ে আদালতত দাখিল কৰিলে জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ চাৰ্জশ্বীট। এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ…

ৰাজ্যৰ সীমাক লৈ নহয়, জিলাৰ সীমাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

দুই ৰাজ্যৰ সীমাত নহয় এইবাৰ দুই জিলাৰ সীমান্তৰ ভূমিক লৈ সংঘাত। ধেমাজি জিলাৰ একাংশ লোকে খেতিপথাৰ জ্বলাই দি গছ কাটি কৰিলে তহিলং। অভিযোগৰ পিছতো গুৰুত্ব নাই বন বিভাগ, জিলা প্ৰশাসনৰ। ম্যাদী পট্টাৰ ভূমি বেদখলমুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীক।…

ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ দুয়োপাৰে সৰিয়হ ফুলৰ হালধীয়া আচ্ছাদন

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১১ ডিচেম্বৰ : কৃষিপ্ৰধান অঞ্চল ঢকুৱাখনা। প্ৰকৃতিয়ে সকলো ঢালি দিছে ঢকুৱাখনাক। পথাৰৰ সোণালী ধানেৰে ইতিমধ্যে কৃষকৰ ভঁৰাল ভৰিছে। পথাৰৰৰ সোণালী ধাননিৰ পিছত এতিয়া চৌদিশে সোণৰঙী হালধীয়াৰ সমাহাৰ। যেন হালধীয়াৰ এখন সাগৰ।…

অব্যাহত হাতী-মানুহৰ সংঘাত : গচকত প্ৰাণহানি মহিলাৰ, জনাঞ্চলত বন্যহস্তী

বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱালে মহিলাই সোণাৰিৰ থুকুবিলৰ বিজয়পামত অঘটন। বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। হীৰামণি শৰ্মা নামৰ মহিলাগৰাকীয়ে থুকুবিলৰ বিজয়পাম পৰা টাওকাক নদী পাৰ হৈ সোণাৰি নগৰৰ শান্তিপুৰলৈ দিন হাজিৰা কৰিবলৈ…

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

ৰূপহীহাটত ৰাজ্যিক ঘাইপথৰ বালিকাত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত এক। অচিনাক্ত ট্ৰাকে মহটিয়াই নিয়ে মটৰচাইকেলসহ আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন মটৰচাইকেল আৰোহী আহতৰ ঘৰ জুৰীয়া বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত…

হোজাইত দুৰ্ঘটনা, নিহত পথচাৰী

হোজাই গৌচৰাবস্তিত নিশা পথ দুৰ্ঘটনা। বাইকৰ খুন্দাত নিহত ৬৫ বছৰীয়া সেনাপতি সিংহ নামৰ এজন। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS02AM 6628। নিশা পথৰ দাঁতিত বহি আছিল মৃত ব্যক্তিজন। দুৰ্ঘটনা পতিত হোৱা বাইক চালকজনক স্থানীয় লোকে আক্ৰমণ…