নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঘৰুৱা ক্রিকেটত অসমৰ ব্যর্থতাৰ অৱসান কেতিয়া! উদ্বিগ্ন সচেতন ক্রিকেট সংগঠক

অসম ক্রিকেট সন্থাই শেহতীয়াভাৱে একাধাৰে বিভিন্ন আন্তর্জাতিক ক্রিকেট মেচ আয়োজন কৰিলেও ঘৰুৱা ক্রিকেটত অসমৰ ব্যর্থতাই উদ্বিগ্ন কৰি তুলিছে একাংশ সচেতন ক্রিকেট সংগঠকক৷ প্রায় এটা দশক আগলৈ অসমৰ ক্রিকেটাৰসকলে বিভিন্ন ঘৰুৱা প্রতিযোগিতাত আশানুৰূপ…

‘নিয়মীয়া বার্তা’ৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত কুমাৰ মজুমদাৰলৈ জাফা এচিভার্ছ বঁটা

‘নিয়মীয়া বার্তা’ কাকতৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত কুমাৰ মজুমদাৰলৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ জাফা এচিভার্ছ বঁটা৷ ৰাজ্যৰ সংবাদকর্মীসকলৰ উমৈহতীয়া মঞ্চ জার্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম, চমুকৈ জাফাই প্রতিবছৰে এই বঁটা প্রদান কৰি আহিছে৷ জাফাৰ কেন্দ্রীয়…

পপ-ৰেপ ছঙৰ ছন্দোবদ্ধ লহৰ : সংগীতৰ মায়াজালেৰে মুহিবলৈ আজি গুৱাহাটীত পোষ্ট মেলন

ডিচেম্বৰ মাহৰ হাড় কঁপোৱা নিশা পপ–ৰেপ সংগীতৰ ছন্দোবদ্ধ সুৰৰ লহৰেৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হাজাৰ হাজাৰ অনুৰাগীক মোহাৱিষ্ট কৰিবলৈ আজি গুৱাহাটীত উপস্থিত হ’ব বিশ্ববিখ্যাত পপ ষ্টাৰ পোষ্ট মেলন৷ পশ্চিমীয়া সংগীতৰ সুৰৰ ধ্বনিৰে…

পাঁচদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আমেৰিকাৰ অবৰ সচিব এলিচন হুকাৰ

🔹 বিদেশ সচিব বিক্রম মিস্ত্রীৰ সৈতে বৈঠকৰ সূচী এলিচন হুকাৰৰ নিউজ ডেস্ক, ৮ ডিচেম্বৰ : ভাৰত, ৰাছিয়া, আমেৰিকা- এই তিনি শক্তিধৰ ৰাষ্ট্রৰ মাজৰ ত্রিকোণীয়া সম্পর্ক ক্রমশঃ জটিল হৈ পৰিছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক…

গোৱাত নৈশ ক্লাবত পার্টীৰ সময়তে প্রলয়ংকৰী জুইত নিহত ৩ অসমীয়া

গোৱাৰ এটা জনপ্রিয় নৈশ ক্লাবত পার্টী চলি থকা সময়তে সংঘটিত হয় এটি ভয়াৱহ অগ্নিকাণ্ড৷ এই ঘটনাত মৃত্যু হয় ২৫জন লোকৰ৷ এই ঘটনাৰ বাবেই গ্রেপ্তাৰ কৰা হয় ক্লাবটোৰ মেনেজাৰক৷ অভিযোগ মতে, ক্লাবটো বেআইনীভাৱে নির্মাণ কৰা হৈছিল৷ এই ঘটনাত জুই–ধোঁৱাত আবদ্ধ…

দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তবোৰৰ সবিশেষ

অসমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণী পর্যন্ত অসম বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক পাঠ্যক্রম হিচাপে প্রৱর্তন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্যিক কেবিনেটে৷ জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷…

প’ডকাষ্টৰ পৃথিৱী

বর্তমান সময়ত যুৱ সমাজত এক চর্চাৰ বিষয় হৈছে প’ডকাষ্ট৷ আমি সন্তানক মোবাইল, লেপটপ আদিত ব্যস্ত দেখিলে চিন্তা কৰোঁ৷ তেওঁলোকৰ পঢ়াৰ প্রতি ধাউতি নোহোৱা হ’ব বুলি শংকিত হওঁ৷ আগৰ দিনৰ সৈতে তুলনা কৰি তেওঁলোকক বাতৰি আৰু কিতাপ অথবা পঢ়িবলৈ কওঁ৷ কিন্তু বহু…

আজিৰ দিনটোৰ ৰাশিফল

৮ ডিচেম্বৰ, আজিৰ দিনটোৰ ৰাশিফল মেষ : কামৰ ব্যস্ততা বৃদ্ধি৷ শুভ কর্ম সম্পন্ন কৰিব পাৰিব৷ আশাবাদী মন৷ শৰীৰৰ কিছু যত্নৰ প্রয়োজন৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৬৷ বৃষ : পৰিশ্রমৰ উপযুক্ত মর্যাদা পাব৷ শত্রুৰ পৰা সাৱধান৷ ব্যয় বৃদ্ধি৷ কর্মস্থানত…

কোন হয় পোষ্ট মেলন, কাইলৈ গুৱাহাটীত আছে অনুষ্ঠান, জানক সবিশেষ

অ’ষ্টিন ৰিচাৰ্ড প’ষ্ট, যাক পেছাগতভাৱে Post Malone (প’ষ্ট মেল’ন) বুলি জনা যায়, এগৰাকী আমেৰিকান গায়ক, ৰেপাৰ, গীত ৰচৰিয়তা, সংগীতজ্ঞ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনেতা। তেওঁৰ সংগীতত পপ, হিপ-হপ, ট্রেপ, আৰএণ্ডবি আৰু কান্ট্ৰিসহ বিভিন্ন শৈলীৰ সংমিশ্ৰণ…

চেলিব্ৰিটী বিয়াখন আধাতেই স্তব্ধ… আনুষ্ঠানিক ঘোষণা স্মৃতি মান্ধানাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা স্মৃতি মান্ধানাই পলাশ মুচ্চলৰ সৈতে তেওঁৰ বিবাহ বাতিল কৰাৰ ঘোষণা কৰিছে। মান্ধানাই ইনষ্টাগ্ৰামত এটা বিবৃতি প্ৰকাশ কৰি এই ঘোষণা কৰে। যোৱা মাহত বিবাহ স্থগিত হোৱাৰ পিছত সৃষ্টি হোৱা নানা গুঞ্জন আৰু অনুমানৰ প্ৰতি…