নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিশাখাপট্টনমত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত শৃংখলা দখলৰ যুঁজ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : বিশাখাপট্টনমত আজি এদিনীয়া শৃংখলা দখলৰ যুঁজত নামিব ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকা৷ দুয়ো দেশৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা নির্ণায়ক মেচখন আজি বিশাখাপট্টনমত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটো…

ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল

সকলো বাধা–প্রতিবন্ধকতা নেওচি ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল৷ নতুন দিল্লী–হোৱাইট হাউছৰ শীতল বাণিজ্যিক সংঘাত অব্যাহত থকাৰ মাজতে ড’নাল্ড ট্রাম্পৰ আমেৰিকাৰ ৰঙাচকুক উপেক্ষা কৰি এই প্রতিশ্রুতি দিলে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷…

জুবিন গার্গক ভাৰতৰত্ন দিয়াৰ বাবে কংগ্রেছৰ দাবী ছিপ পাব্লিচিটী

জুবিন গার্গক দেশৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্রদানৰ বাবে গৌৰৱ গগৈয়ে সংসদত তোলা দাবীক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়– তেওঁলোকে যিমান কেজুৱেলী কথাটো কৈ আছে, সিমান…

১৮ সাহিত্যিকলৈ চলিত বর্ষৰ সাহিত্য বঁটা, ১০গৰাকীলৈ সাহিত্যিক পেন্সন

ৰাজ্যৰ সাহিত্য ক্ষেত্রলৈ অনবদ্য বৰঙণি আগবঢ়োৱা মুঠ ২৮গৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা৷ ৰাজ্য চৰকাৰে এক নির্দেশনাৰ জৰিয়তে জাৰি কৰা অনুসৰি ১৮গৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হ’ব সাহিত্য বঁটা আৰু…

তামিলনাডু-ৰ ভোটাৰ তালিকাত ভূমিকম্প : লক্ষাধিক ভোটাৰৰ নাম হ্ৰাসৰ সম্ভাৱনা

ভাৰতীয় নিৰ্বাচন আয়োগে সকলো ভোটদাতাক সঠিকভাৱে তালিকাভুক্ত কৰিবলৈ বিশেষ গভীৰ সংশোধন (SIR) নামৰ এটা ব্যৱস্থা চলাইছে। এই SIR প্ৰক্ৰিয়াটোক লৈ ৰাজ্যৰ প্ৰতিপক্ষ দলসমূহে তীব্ৰ আপত্তি জনাইছে। আগন্তুক বছৰত তামিলনাডুত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ…

টি-২০লৈ ঘূৰি আহিব হিটমেন ৰোহিত! দক্ষিণ আফ্ৰিকাৰে এদিনীয়া শৃংখলাৰ পিছতেই সুখবৰ

ৰোহিত শর্মাই ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ প্ৰতি এনে এটা দৃঢ়তা দেখুৱাইছে যে তেওঁ কেৱল লিষ্ট-এ ক্ৰিকেট নহয়, টি-২০ ক্ৰিকেটতো পুনৰাৱর্তন কৰিবলৈ ইচ্ছুক। খবৰ অনুসৰি ৰোহিত শর্মাই ছৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ৰ নক-আউট পৰ্যায়ত খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।…

বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৪ জানুৱাৰী বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, গোলাঘাটত খালী হোৱা কেইটামান পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

সম্পাদকীয় : পৰিভ্রমী চৰায়ে কঢ়িয়াই অনা বার্তাবোৰ

প্রাকৃতিকভাৱে সৃষ্ট নদ–নদী, জলাহ–জলাশয় আৰু বিশাল বিশাল বিলেৰে ভৰি আছে অসম৷ এই ৱেটলেণ্ডবিলাক প্রচুৰ মাছ–কাছৰে ভৰপূৰ৷ আৰু জলজ উদ্ভিদৰো মেটমৰা ভাণ্ডাৰ এই জলভাণ্ডাৰবোৰ৷ বছৰটোৰ সকলো সময়তে মাছ আৰু জলপ্রাণীৰে এই নদী, জলাশয়, বিলবোৰ ভৰি থাকে যদিও…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৬ ডিচেম্বৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৬ ডিচেম্বৰ) মেষ – আজি দিনটো আপোনাৰ পক্ষত অনুকূল হৈ পৰিব। বহু দিন ধৰি পৰি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ এটা সুযোগ লাভ হ'ব। ব্যৱসায়ত আপোনাৰ মতামতক মূল্য দিয়া হ'ব। কোনো পুৰণি বন্ধুৰ সৈতে কথা পাতিলে মন দুৰ্বল হ'ব। কোনো…

Indigo-ত অচলাৱস্থা অব্যাহত, প্ৰতিদিনেই শ শ বিমান বাতিল

দেশৰ সৰ্ববৃহৎ ঘৰুৱা বিমান সংস্থা Indigo ৰ সংকট অব্যাহত আছে। প্ৰতিদিনে শ শ বিমান বাতিল হোৱাত যাত্ৰীৰ ভ্ৰমণ পৰিকল্পনাত তীব্ৰ ব্যাঘাত সৃষ্টি হৈছে। বৃহস্পতিবাৰে সংস্থাটোৱে ৫৫০খনতকৈও অধিক বিমান বাতিল কৰাৰ ফলত বহু বিমানবন্দৰত সেৱাত ব্যাপক পলম…