ঢকুৱাখনাৰ কাইজেন একাডেমীৰ ব্যতিক্ৰমী প্ৰয়াস…
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৬ ডিচেম্বৰ : বিদ্যালয়ৰ সাজেৰে আঘোণীয়া পথাৰত সোণগুটিৰ সান্নিধ্য বিচাৰি পথাৰত নামিল ঢকুৱাখনাৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাডেমীৰ এক অভিনৱ প্ৰয়াস। ঐতিহ্যৰ সন্ধানত…