অসম কৃষি বিশ্ববিদ্যালয়ৰ উল্লেখনীয় সাফল্য, বজাৰত উপলব্ধ হ’ব কাজিনেমুৰ ৰস
বিশেষ বাৰ্তা, যোৰহাট, ৫ ডিচেম্বৰ : অসমৰ জাতীয় ফলৰূপে স্বীকৃতি লাভ কৰা কাজিনেমুৰ ওপৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা "কাজিনেমুৰ ৰস সংৰক্ষণ কৰিব পৰা প্রযুক্তি কৌশল"ৰ বাণিজ্যিক…