নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

৫০০০+ খেলুৱৈ, ৪০০টা পদক…, আৰম্ভ খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ

জয়পুৰৰ SMS ষ্টেডিয়ামত খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে। খেল মন্ত্রী মনসুখ মাণ্ডৱিয়া আৰু ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শৰ্মাই প্ৰদীপ প্রজ্বলন কৰি খেল উদ্বোধন কৰে। এইখন খেল’ ইণ্ডিয়া গেমছৰ পঞ্চম সংস্কৰণ, যাৰ…

মাটিমাহৰ খেতি কৰি বিপদত, পথাৰতে মৰহিছে কৃষক-ৰ সেউজীয়া সপোন

লাভজনক মাটিমাহৰ খেতি কৰিও বিপদত পৰিছে কৃষিসর্বস্ব ঢকুৱাখনাৰ একাংশ কৃষক।ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা মাটিমাহৰ খেতি কৰি চকুৱে সৰিয়হ ফুল দেখিছে কৃষকে।পথাৰৰ খেতি দেখি স্তম্ভিত হৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে চহা কৃষকৰ।…

কাইলৈৰ পৰা পাঁচদিনীয়াকৈ অসম বিধানসভাৰ শীলকালীন অধিৱেশন

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : কাইলৈৰ পৰা অর্থাৎ ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীলকালীন অধিৱেশন৷ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা শীতকালীন অধিৱেশনক লৈ ইতিমধ্যে সম্পূর্ণৰূপে সাজু হৈছে বিধানসভা সচিবালয়৷ সদনত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ…

ৰঙিয়াত ৩২,৫৪৮গৰাকীক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৰঙিয়া, ২৪ নৱেম্বৰ : ৰঙিয়াৰ চেপ্তিত আজি অনুষ্ঠিত হোৱা “মহিলা উদ্যমিতা অভিযান”ৰ বিশাল সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩২,৫৪৮গৰাকী মহিলা উদ্যমীক চেক বিতৰণ কৰে। ইয়াৰ জৰিয়তে মহিলাসকলৰ আত্মবিশ্বাসৰ লগতে পৰিয়ালৰ আয়…

ৰাজ্যৰ উদীয়মান পাঞ্জা খেলুৱৈ অম্লানজিৎ বৰঠাকুৰৰ অকাল বিয়োগ…

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : ৰাজ্যৰ উদীয়মান পাঞ্জা খেলুৱৈ, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকপ্ৰাপ্ত তথা অসম আৰক্ষীৰ জোৱান অম্লানজিৎ বৰঠাকুৰৰ নগাঁৱৰ ৰহাত পুৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয়। ৰহাৰ জোঙালবলহু গড়ত সংঘটিত এক পথ দুৰ্ঘটনাত অকাল…

গাজাত পুনৰ আক্রমণ ইজৰাইলী সেনাৰ, নিহত ২২

নিউজ ডেস্ক, ২৪ নৱেম্বৰ : শান্তি চুক্তি উলংঘা কৰি গাজাত পুনৰ আক্রমণ চলালে ইজৰাইলে৷ এই আক্রমণৰ ঘটনাত কমেও ২২জন লোক নিহত হোৱাৰ লগতে আহতৰ সংখ্যা হৈছেগৈ ৮৭জন৷ নিহতসকলৰ মাজত কেইবাটিও শিশু আছে৷ এই দাবী কৰা হৈছে হামাছৰ তৰফৰ পৰা৷ তাৰ বিপৰীতে ইজৰাইলে…

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান…

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত অভিনেতাগৰাকীয়ে। বলীউডৰ কিংবদন্তি প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ সোমবাৰে ৮৯ বছৰ বয়সত মুম্বাইৰ বাসগৃহত মৃত্যু হয়। ধৰ্মেন্দ্ৰৰ…

নগাঁৱত হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ, বন্যহস্তীৰ আক্ৰমণত মহিলাৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰ : সম্প্ৰতি নগাঁৱৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সুঁৱৰিছে জনসাধাৰণে। প্ৰতিদিনে হস্তী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে। ইয়াৰ মাজতে নগাঁৱৰ ননৈ নৈ-পাম গাঁৱত হাতী-মানুহ সংঘাতৰ ফলত এক শোকাৱহ ঘটনা সংঘটিত…

চৰাইদেউৰ ৬ হাজাৰ হেক্টৰ ভূমিত অৰুণাচলীৰ আগ্রাসন

নিয়মীয়া বার্তা, সাপেখাতী, ২৪ নৱেম্বৰ : অসম–অৰুণাচল আৰু নাগালেণ্ড ৰাজ্যৰ ত্রিবেণী সংগম চৰাইদেড জিলা৷ ‘এডেও দুডেও লোটা নিয়াৰ চেও’– এই বাক্যশাৰী বর্তমান প্রযোজ্য হোৱা দেখা গৈছে চৰাইদেউ জিলাত৷ আহোমৰ ৰাজধানী চৰাইদেউৰ হাজাৰ হাজাৰ হেক্টৰ মাটি…

আলোপতি মাজৰচৰত বিবাহথলী হ’ল ৰণাংগন, কেইবাজনো আহত

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ নৱেম্বৰ : বৰপেটাৰ চেঙাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰ চৰত কইনা ঘৰৰ পদূলিত স্প্ৰে মৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ভয়ানক মাৰপিটত আহত হয় কেইবাজনো লোক | প্ৰাপ্ত তথ্য অনুসৰি, গোৱালপাৰা জিলাৰ বৰপাথাৰ…