নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ধাননিত নিখোজ বোৱাৰী-ৰ অৰ্ধউলংগ মৃতদেহ উদ্ধাৰ, ধৰ্ষণৰ সন্দেহ

কাছাৰৰ সোনাই সুন্দৰীত সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা। ধাননি পথাৰত উদ্ধাৰ হল নিখোজ বোৱাৰীৰ হাত বন্ধা অৰ্ধউলংগ মৃতদেহ। ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। জানিব পৰা মতে, স্থানীয় মনোৱাৰা বেগম নামৰ এগৰাকী বোৱাৰী দেওবাৰৰ পৰা নিখোজ হৈ…

পিতৃৰ অসুস্থতাত বিবাহ স্থগিত স্মৃতি মান্ধানাৰ, ভাবী স্বামী পলাশ মুছলকো চিকিৎসালয়ত ভর্তি

নিউজ ডেস্ক, ২৫ নৱেম্বৰ : আনন্দোৎসৱৰ ঘৰখনত অকস্মাতে উদ্বেগৰ ছবি৷ হালধি, মেহেন্দি, দৰা–কইনাৰ ক্রিকেট মেচ, এই সকলো লৈ ব্যস্ত হৈ পৰিছিল বিয়াঘৰ৷ এই আনন্দোৎসৱৰ মাজতে হৃদৰোগত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হ'বলগীয়া হ’ল কইনা স্মৃতি মান্ধানাৰ পিতৃ৷…

বামুণীমৈদামত ছুৰিকাঘাত, আহতক GMCHত ভৰ্তি

গুৱাহাটীৰ বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা বামুণামৈদাম বজাৰত এজনক ছুৰিকাঘাত আকিৰুল আলী নামৰ এজন যুৱকে হানিফ আলী নামৰ এজন লোকক ছুৰীৰে আঘাত কৰে হানিফ আলীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ধৃত আকিৰুলে মূৰত গুৰুতৰ ভাবে…

লিঅ’নেল মেছিৰ যাদু অব্যাহত, বাইচাইকেল কিকেৰে গ’ল ৰ’নাল্ডোৰ

এজনৰ বয়স ৪০, আনজনৰ বয়স ৩৮ বছৰ৷ ক্রিষ্টিয়ানো ৰ’নাল্ডো আৰু লিঅ’নেল মেছিয়ে প্রমাণ কৰি আছে যে বয়স মাথোঁ এটা সংখ্যা৷ নিজৰ দলৰ বাবে ছন্দত দুই তাৰকা ফুটবলাৰ৷ ৪০ বছৰ বয়সতো আল নাছেৰৰ হৈ বাইচাইকেল কিকেৰে গ’ল স্ক’ৰ কৰি সকলোকে আচৰিত কৰি তুলিলে…

খানাপাৰাত শ্রীশ্রী শিৰদী সাই বাবা-ৰ মূল পাদুকা দর্শন উৎসৱ

পৰম কৰুণাময় শ্রীশ্রী শিৰদী সাই বাবাৰ ভক্তসকলৰ বাবে সুখবৰ৷ ভক্তপ্রাণ ৰাইজৰ বাবে কাহিলিপাৰাৰ শ্রীশ্রী শিৰদী সাই বাবা মন্দিৰৰ সহযোগত মুম্বাইত অৱস্থিত শ্রীশ্রী শিৰদী সাই বাবাৰ মূল মন্দিৰৰ পৰা অনা হৈছে মহাপুৰুষগৰাকীৰ চৰণ পাদুকা৷ মহানগৰীৰ…

খিলঞ্জীয়াৰ ৰক্ষাকৱচ

চাৰি দশক পূর্বে স্বাক্ষৰিত অসম চুক্তিৰ ছয় নম্বৰ দফাৰ আধাৰত অসমীয়াৰ সাংবিধানিক সুৰক্ষা প্রদানৰ আনুষ্ঠানিক পদক্ষেপ গ্রহণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ৷ অসমৰ পৰা অবৈধ বিদেশীক বহিষ্কৰণৰ দাবীত ১৯৭৯ৰ পৰা আৰম্ভ হোৱা অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ত…

তিনিচুকীয়াত এম্বুলেন্স-নৈশ বাছৰ মুখামুখি সংঘৰ্ষ, ঘটনাস্থলীতে তিনিজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ : পুৱাই এক শোকাৱহ ঘটনাই কঁপালে ৰাজ্য। তিনিচুকীয়া মাকুমৰ মাজৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ শুকান পুখুৰীত নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত ভয়ংকৰ সংঘৰ্ষত ৩জনে প্ৰাণ হেৰুৱাবলগীয়া হয়। ঘটনাত আহত হৈছে কেইবাগৰাকীও লোক। তিনিচুকীয়া…

ৰেকৰ্ড ভংগ! এদিনতে ১,০৩৬খন বিমান উৰুৱাই গঢ়িলে ইতিহাস

দেশজুৰি উৎসৱ আৰু ছুটীৰ সময়ত যাত্ৰীৰ বৃদ্ধি পোৱা যাতায়াতৰ চাহিদাৰ মাজত ছত্রপতি শিৱাজী মহাৰাজ আন্তৰ্জাতিক বিমানবন্দৰে (CSMIA) ২১ নৱেম্বৰ ২০২৫ তাৰিখে এটা ডাঙৰ কাৰ্যগত ৰেকৰ্ড সৃষ্টি কৰে। এই দিনটোত বিমানবন্দৰে ২৪ ঘণ্টাত মুঠ ১,০৩৬ এয়াৰ ট্ৰেফিক…

Today’s horoscope : আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২৫ নৱেম্বৰ, আঘোণ মাহৰ ৮ তাৰিখ মঙলবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : উত্তৰষাঢ়া, যাত্রা : নাই মেষ : যিকোনো কামকে ভাবি–চিন্তি কৰক৷ বাঞ্ছিত ফল লাভত বাধা পাব৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনাৰ লগত আলোচনা কৰক৷ শুভৰং আকাশী…

গুৱাহাটী টেষ্টত পৰাজয়ৰ দুৱাৰত টীম ইণ্ডিয়া… হ’ব নেকি কিবা মিৰাকল…

গুৱাহাটীত চলি থকা দ্বিতীয় টেষ্ট মেচত টীম ইণ্ডিয়া পৰাজয়ৰ গ্ৰাসত পৰিছে। দুখন মেচৰ টেষ্ট ছিৰিজৰ প্ৰথমখন মেচ জিকা দক্ষিণ আফ্ৰিকাই দ্বিতীয় টেষ্টতো একেধৰণে আধিপত্য বিস্তাৰ কৰিছে। দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছতেই দক্ষিণ আফ্ৰিকাই ২৮৮ ৰানৰ লীড লয়। ফলত…