নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ডিমাকুছিত যুৱতী নিৰুদ্দেশক লৈ চাঞ্চল্য, এসপ্তাহে সন্ধানহীন বৰষা দাস

ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ৪নং ৰজাগড়ৰ এগৰাকী ২৩ বছৰীয়া যুৱতী বিগত এসপ্তাহে সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ৰজাগড় নিবাসী হিৰেণ দাস আৰু ৰিঞ্জু দাসৰ কন্যা বৰষা দাস (২৩) বিগত ১৬…

বজালী-ৰ সাংবাদিক ৰাণা ডেকাক হ*ত্যাৰ ভাবুকি হিতেশ দেৱ শৰ্মাৰ

অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই বজালীৰ এগৰাকী ব্যক্তিগত টিভি চেনেলৰ সাংবাদিকক হত্যাৰ ভাবুকি দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে…

বিশ্বজয়ী উমা চেত্ৰীক সম্বৰ্ধনা ক্ৰীড়া-যুৱ কল্যাণ বিভাগৰ

প্ৰতিগৰাকী চেম্পিয়নে ক’ৰ পৰা আহিছে তাৰ কাহিনী কঢ়িয়াই লৈ ফুৰে। আই চি চিৰ মহিলা বিশ্বকাপ বিজয়ী দল ২০২৫ৰ সদস্য উমা চেত্ৰীক অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে সন্মান জনোৱাৰ লগতে অফুৰন্ত মৰম যাচে। উমাৰ এই কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক…

জাপানৰ নতুন আইন

জাপানৰ নতুন আইন বিশ্বৰ শক্তিশালী অর্থনীতিৰ দেশৰ ভিতৰত জাপানো অন্যতম৷ ক’ৰোনা অতিমাৰীয়ে বিধ্বস্ত কৰি যোৱা গোলকীয় অর্থনীতিৰ নেতিবাচক প্রভাৱৰ পৰা সূর্য উঠা দেশ জাপান লাহে–ধীৰে উজ্জীৱিত হৈছে যদিও অর্থনীতিৰ ওপৰত থকা প্রত্যাহ্বানৰ পৰা মুক্ত হ’ব…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২২ নৱেম্বৰ, আঘোণ মাহৰ ৫ তাৰিখ শনিবাৰ : তিথি–শুক্লা দ্বিতীয়, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই মেষ : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ হেৰোৱা সম্পত্তি পুনঃপ্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত…

ঢকুৱাখনা-ত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী, ডেৰ সহস্ৰাধিকৰ বিজেপিত যোগদান

সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত নিৰ্বাচনক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। শাসকীয় বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে দলীয় ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ হাতত লৈছে। তাৰ অংশস্বৰূপে ৭৭নং ঢকুৱাখনা সমষ্টিৰ…

ৰূপহীহাটত গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল, কেইবাটাও পৰিয়াললৈ উচ্ছেদৰ জাননী

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২১ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেদখলকৃত ভূমি উচ্ছেদৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপৰ অংশৰূপে নগাঁৱৰ ৰূপহীহাটতো বেদখলক লৈ প্ৰশাসন সৰৱ হৈ পৰিছে ৷ ৰূপহীহাটৰ ভকতগাঁও গ্ৰেজিং ৰিজাৰ্ভত আজি কেইবাটাও পৰিয়াললৈ উচ্ছেদৰ…

জুবিন ক্ষেত্ৰত জুনিয়ৰ হকী বিশ্বকাপৰ ট্ৰফী : আশীৰ্বাদ গ্ৰহণ পৰিচালনা কমিটীৰ

অহা ২৮ নৱেম্বৰৰ পৰা তামিলনাডুত অনুষ্ঠিত হ'বলৈ গৈ আছে জুনিয়ৰ হকী বিশ্বকাপ আৰু তাৰ পূৰ্বে দেশৰ বিভিন্ন স্থানত হকী বিশ্বকাপৰ ট্ৰফী প্ৰদৰ্শন কৰোৱা হৈছে। আজি হকী বিশ্বকাপৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা পৰিচালনা কমিটীৰ এটা দল ট্ৰফী লৈ উপস্থিত হয়…

ডুবাই এয়াৰ শ্ব’ত অঘটন : ভূ-পতিত তেজছ যুঁজাৰু বিমান

ডুবাই এয়াৰ শ্ব' চলি থকা অৱস্থাতে আজি ভাৰতৰ এখন তেজছ যুঁজ বিমান ভূপতিত হয়। ফলত বিমানখনৰ পাইলটজনৰ মৃত্যু হয়। ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে আকাশত উৰি থকা অৱস্থাত তেজছ বিমানখন অকস্মাৎ তললৈ নামি আহি ভবপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰে আৰু বিস্ফোৰিত হয়।…

AI -ক অন্ধভাৱে বিশ্বাস কৰিলে ঠগ খাব লাগিব, গুগলৰ মুখ্য কার্যবাহীৰ তাৎপর্যপূর্ণ মন্তব্য

নিউজ ডেস্ক, ২১ নৱেম্বৰ : বর্তমানৰ যুগটোক এআইৰ যুগ বুলি কোৱা হয়৷ সম্প্রতি আমি প্রায়বোৰ ক্ষেত্রতেই কৃত্রিম বুদ্ধিমত্তা বা এআইৰ ওপৰত ইমানেই নির্ভৰশীল হৈ পৰিছোঁ যে আমাৰ জীৱনৰ বহু ক্ষেত্রতে ইয়াৰ প্রভাৱ পৰিবলৈ লৈছে৷ কৃত্রিম বুদ্ধিমত্তাই…