ডুবাই এয়াৰ শ্ব’ত অঘটন : ভূ-পতিত তেজছ যুঁজাৰু বিমান
ডুবাই এয়াৰ শ্ব' চলি থকা অৱস্থাতে আজি ভাৰতৰ এখন তেজছ যুঁজ বিমান ভূপতিত হয়। ফলত বিমানখনৰ পাইলটজনৰ মৃত্যু হয়। ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে আকাশত উৰি থকা অৱস্থাত তেজছ বিমানখন অকস্মাৎ তললৈ নামি আহি ভবপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰে আৰু বিস্ফোৰিত হয়।…