নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গুৱাহাটীত হ’ব ৬০খনতকৈ অধিক দেশৰ বাবে ভিছা সুবিধা কেন্দ্ৰ, অসম তথা উত্তৰ-পূববাসীৰ বাবে সুখবৰ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : অসম তথা সমগ্ৰ উত্তৰ-পূববাসীৰ বাবে সুখবৰ। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে এই সুখবৰ। সেই অনুসৰি ভিছাৰ বাবে আবেদন কৰা শীঘ্ৰে অত্যন্ত সহজ হৈ উঠিব অসমৰ লগতে সমগ্ৰ উত্তৰ-পূববাসীৰ বাবে। কাৰণ…

মেক্সিকোৰ ফাতিমা বছৰ শিৰত মিছ ইউনিভাৰ্ছ-২০২৫ৰ খিতাপ

বহুত উত্থান-পতন, বিতৰ্ক আৰু সমালোচনাৰে আৱদ্ধ ৭৪সংখ্যক মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাৰ পৰিসমাপ্তি ঘটিল থাইলেণ্ডত। আজি অনুষ্ঠিত মহাগ্ৰেণ্ড ফাইনেলত মেক্সিকোৰ প্ৰতিযোগী ফাতিমা বছে মুকুট অৰ্জন কৰি ২০২৫ চনৰ মিছ ইউনিভাৰ্চ খিতাপ দখল কৰিবলৈ সক্ষম হয়।…

নামচাই-ত পয় পী মাও টাই উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অৰুণাচল প্ৰদেশৰ নামচাইত আৰম্ভ হোৱা টাই খামতিসকলৰ নৱবৰ্ষৰ উৎসৱ "পয় পী মাও টাই"ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইন,…

জঘন্য ঘটনা : প্ৰতিৱেশীৰ কামনাৰ বলি পিতৃ-মাতৃহীনা নাবালিকা

হাইলাকান্দিত সংঘটিত হৈছে এক জঘন্য ঘটনা। প্ৰতিৱেশীৰ কামনাৰ বলি হল পিতৃ-মাতৃহীন এগৰাকী নাবালিকা। লম্পট প্ৰতিৱেশী বৃদ্ধজনক গ্ৰেপ্তাৰ কৰা হৈছে। পাষণ্ডটোৰ নাম সমীৰণ নাথ (৬০)। হাইলাকান্দি জিলাৰ লালা থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য…

কাইলৈৰ পৰা বর্ষাপাৰাত ঐতিহাসিক টেষ্ট মেচ, শুভাৰম্ভৰ বাবে সর্থেবাৰীৰ পৰা অনা হৈছে ৩৫ কেজিৰ কাঁহৰ বেল

নিউজ ডেস্ক, ২১ নৱেম্বৰ : মাজত মাথোঁ কেইটামান ক্ষণ ৷ শনিবাৰে পুৱা ৮.৩০ বজাৰ লগে লগে টেষ্ট মানচিত্রত অন্তর্ভুক্ত হ’ব গুৱাহাটীৰ নাম৷ বর্ষাপাৰাস্থিত এচিএ ক্রিকেট ষ্টেডিয়ামত শনিবাৰৰ পৰা ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজত আৰম্ভ হ’ব…

নেপালত পুনৰ জেন-জিৰ বিক্ষোভ, নির্বাচনী তৎপৰতাৰ বিৰুদ্ধে উত্তাল প্রতিবাদ

নিউজ ডেস্ক, ২১ নৱেম্বৰ : নেপালত যুৱপ্রজন্মৰ অসন্তুষ্টিৰ সন্মুখত দেশখনৰ সামগ্রিক ৰাজনৈতিক প্রেক্ষাপট সলনি হোৱাৰ মাহদিয়েক পিছতেই পুনৰ বিক্ষোভত উত্তাল হৈ পৰিছে দেশখন৷ দেশখনৰ বিধ্বস্ত ৰাজনৈতিক পৰিস্থিতিৰ শাম কটাৰ বাবে নির্বাচনৰ দিন ঘোষণা কৰাৰ…

কর্কট ৰোগৰ সজাগতা

সমগ্র বিশ্বজুৰি কর্কট ৰোগ হ’ল মৃত্যুৰ অন্যতম কাৰক৷ সৌ সিদিনা কর্কট বা কেঞ্চাৰ বুলিলেই আতংকত ভোগা লোকৰ সংখ্যা ক্রমশঃ হ্রাস পাই আহিছে যদিও আক্রান্ত ৰোগীৰ সংখ্যা কমা নাই৷ চিকিৎসা বিজ্ঞানৰ চমকপ্রদ অগ্র্রগতিৰ ফলত এই ৰোগৰ প্রতি সম্প্রতি পূর্বৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২১ নৱেম্বৰ, আঘোণ মাহৰ ৪ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : অনুৰাধা, যাত্রা : নাই মেষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ হাতলৈ টকা–পইচা আহিব৷ পুৰণা কেছ–মোকর্দমাত জয় হ’ব৷ আনৰ পৰা পোৱা সহায়ে উৎসাহিত কৰিব৷ বৃষ…

বজালীত এদিনৰ বাবে আৰক্ষী অধীক্ষকৰ আসনত সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড় নেচন বৰুৱা

নিয়মীয়া বাৰ্তা, পাঠশালা, ২০ নৱেম্বৰ : আজি বিশ্ব শিশু দিৱসৰ দিনাখনেই বজালীত এদিনৰ বাবে আৰক্ষী অধীক্ষক হ'ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ৷ ১২ বছৰীয়া ছাত্ৰগৰাকী হৈছে নিবিড় নেচন বৰুৱা৷ বজালী জিলাৰ ঘটবৰ সাদেৰী নিৱাসী শিক্ষক অংকুৰ বৰুৱাই অসমৰ…

কলিয়াবৰৰ বামুণীত পৰিত্যক্ত কুঁৱাৰ পৰা হাতী পোৱালি উদ্ধাৰ…

বিশেষ বাৰ্তা, নগাঁও, ২০ নৱেম্বৰ : নগাঁও জিলাৰ শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বামুণী অঞ্চলত আজি কিছুদিন ধৰি বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আছে। বনৰীয়া হাতীয়ে অঞ্চলটোৰ খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে। ৫০/৬০…