জোনাইত তীব্ৰবেগী ৰে’লৰ খুন্দাত থিতাতে নিহত এজন…
নিয়মীয়া বাৰ্তা, জোনাই, ৮ নৱেম্বৰ : শনিবাৰে পুৱাই জোনাইৰ ৰাজাখানা ৰে'লৱে দলঙৰ কাষত নামনিমুৱা ৰে'লৰ খুন্দাত নিহত হয় এগৰাকী ব্যক্তি। মৃত ব্যক্তিজন জোনাইৰ ১নং ৰাজাখানা গাঁৱৰ প্ৰায় ৬০ বছৰীয়া তিলক চেত্ৰী বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে,…