নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অসাৰ গৌৰৱ গগৈৰ আস্ফালন : ব্লক কংগ্ৰেছ কমিটীৰ সভাপতিৰ নামত ৩খনকৈ ভোটাৰ কাৰ্ড

মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ মিকিৰভেটা থানাৰ অন্তৰ্গত শিলপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলপুখুৰী গাঁৱৰ নুৰুল আমিন নামৰ লোকজনৰ নামত তিনিখনকৈ ভোটাৰ আই ডি অতি গোপনীয়তাৰে সংগ্ৰহ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। যি সময়ত ভাৰত চৰকাৰৰ…

আজিৰে পৰা ৰাস মহোৎসৱ : শ্ৰীকৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্য

আজি ৰাস পূৰ্ণিমা। আজিৰে পৰা সমগ্ৰ অসমতে উদযাপন কৰা হৈছে পৱিত্ৰ ৰাস মহোৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ দিৱ্য লীলা-কাহিনী বন্দনাৰে আয়োজিত এই ৰাস উৎসৱ হৈছে ধৰ্ম, সংস্কৃতি আৰু শিল্পকলাৰ এক অপূৰ্ব মিলনক্ষেত্ৰ। ভক্তিৰ সুৰ, নামঘোষাৰ ধ্বনি আৰু দীপপ্ৰজ্বলিত…

মানুহে মানুহৰ বাবে— সুধাকণ্ঠৰ কালজয়ী গীতক ৰাষ্ট্ৰসংঘৰ স্বীকৃতি দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

আজিৰ দিনটো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুতিথি। অসমৰ প্ৰতিটো কোণত আজি জনসাধাৰণে গভীৰ শ্ৰদ্ধাৰে সুধাকণ্ঠক স্মৰণ কৰিছে। সমন্বয় ক্ষেত্ৰত আয়োজিত বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰি মহান গায়কজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি…

মৃত্যুতিথিত ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, সমন্বয় ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

আজি  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী। তেওঁ অবিহনে অসমীয়াই আজি ১৪টা বছৰ অতিক্ৰম কৰিলে। ২০১ চনৰ আজিৰ দিনটোতে অসমীয়াৰ বুকু শুদা কৰি সুধাকণ্ঠ সপোনৰ দেশলৈ গুচি হৈছিল। আজি সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ১৪সংখ্যক মৃত্যু তিথি।…

সম্পাদকীয় : বেষ্ট ছেলাৰ আৰু গভীৰ পাঠ

এতিয়া অসমত গ্রন্থমেলাৰ বতৰ আৰু গ্রন্থমেলাৰ চৰিত্রৰ লগত সংগতি ৰাখি পাঠকে জানিবলৈ ইচ্ছা কৰে এই বতৰত অধিকসংখ্যক পাঠকে কোনখন কিতাপ কিনিবলৈ ইচ্ছা কৰিছে অথবা ব্যৱসায়ৰ ভাষাত কোনখন কিতাপ বেষ্ট ছেলাৰ হৈছে৷ গ্রন্থমেলা এখনৰ অন্যতম সফলতা বিক্রীৰ…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৫ নৱেম্বৰ)

আজিৰ দিনটোৰ ৰাশিফল আজি ৫ নৱেম্বৰ, কাতি মাহৰ ১৮ তাৰিখ বুধবাৰ : তিথি–শুক্লা পূর্ণিমা, নক্ষত্র : অশ্চিনী, যাত্রা : নাই মেষ : নিজ কামত কৃতকার্যতাৰ কাৰক৷ নিজৰ প্রতি নিষ্ঠা বাঢ়িব৷ দাম্পত্যত নিৰাশ হোৱাৰ যোগ৷ বিদ্যাত মনোযোগ৷ ব্যৱসায়ত অর্থ…

উত্তৰ-পূবৰ ৰাজনীতিত নতুন ৰাজনৈতিক দল ONE-ৰ আত্মপ্ৰকাশ

উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহক একত্ৰিত তথা ঐক্যবদ্ধ কৰাৰ লক্ষ্যেৰে ৰাজধানী নতুন দিল্লীৰ বুকুত ONE নামেৰে আত্মপ্ৰকাশ ঘটিল এখন নতুন ৰাজনৈতিক মঞ্চৰ। নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেছনেল…

কাইলৈৰ পৰা নলবাৰী হৰি মন্দিৰত ৯২ সংখ্যক তেৰদিনীয়া ৰাস মহোৎসৱ…

বিশেষ বাৰ্তা, নলবাৰী, ৪ নৱেম্বৰ : নলবাৰীৰ হৰিমন্দিৰত আধ্যাত্মিক আৰু সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত সু-সংহতভাৱে কাইলৈৰ পৰা ১৭ নৱেম্বৰলৈকে তেৰদিনীয়াকৈ ৯২সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৰাস মহোৎসৱক লৈ অৱশ্যে…

ছত্তিশগড়ৰ বিলাসপুৰত ভয়ংকৰ ৰেল দুর্ঘটনা, বহু লোক হতাহতৰ আশংকা

ছত্তিশগড়ৰ বিলাসপুৰত এটা ভয়ংকৰ ৰেল দুর্ঘটনা সংঘটিত হৈছে। হাওড়া পথত এখন যাত্ৰীবাহী ৰেল আৰু এখন মালবাহী ৰেলৰ মুখামুখি সংঘৰ্ষ হয়। এই দুর্ঘটনাৰ পিছত ঠাইখিনিত এক আতংকময় পৰিৱেশ সৃষ্টি হয়। ৰেলগাড়ীৰ কেইবাটাও দবা লাইনচ্যুত হয়। বহু যাত্ৰী আহত বা…

শিৱসাগৰত ছোৱাইন ফ্লুৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ, ক্ষতিগ্ৰস্ত থলুৱা পালক

উজনিত ছোৱাইন ফ্লুৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ। ভয়ানক ৰূপত ক্ষতিগ্ৰস্ত হৈছে থলুৱা গাহৰি পালক। শিৱসাগৰ জিলাতো ছোৱাইন ফ্লুৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ জিলাখনত ক্ষতিগ্ৰস্ত হৈছে থলুৱা গাহৰিপালকসকল। জিলাখনত প্ৰায় বিশ কোটিৰো টকাৰো অধিক মূল্যৰ গাহৰিৰ…