নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বৰছলাত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচন, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ বৰছলাত বৰছলা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ,সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰ আৰু বৃহত্তৰ বৰছলাবাসী ৰাইজৰ সহযোগত সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নৱনিৰ্মিত প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে সদৌ অসম ছাত্ৰ…

গেৰুৱাত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ…

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৪ নৱেম্বৰ : মৰিগাঁও জিলাৰ গেৰুৱাত কালিৰ পৰা আৰম্ভ হৈছে গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী। গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ সভাপতি তুতুল বৰঠাকুৰ আৰু সম্পাদক বিনোদ কমাৰ বড়াই জনোৱা মতে, ৩ নৱেম্বৰৰ…

নলবাৰীত দিগন্ত মাধৱ গোস্বামীক আদ্য শৰ্মা শিল্পী বঁটা প্ৰদান

অভিনেতা, নাট্য সংগঠক, আজন্ম চিত্ৰ-ভাস্কৰ্য শিল্পী আদ্য শৰ্মাৰ সোঁৱৰণত অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতি আৰু নলবাৰী কলেজৰ সহযোগত আগবঢ়োৱা "আদ্য শৰ্মা শিল্পী বঁটা"-২০২৫  প্ৰদান কৰা হয় অভিনেতা-চিত্ৰ ভাস্কৰ্য শিল্পী-কলা নিৰ্দেশক দিগন্ত মাধৱ…

ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত অংগদান-ড্ৰাগছবিৰোধী পদযাত্ৰা

অংগদান সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আৰু ৰ’ট (ROT), গুৱাহাটীৰ সহযোগত এক বিশাল পদযাত্ৰা অনুষ্ঠিত হয়। “জীৱন অভিমুখে খোজ” শীৰ্ষক এই পদযাত্ৰাত ৰঙিয়াৰ বিভিন্ন বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী,…

বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰিও ৰেংকিঙত পিছুৱালে স্মৃতি মান্ধানা

ভাৰতীয় তাৰকা বেটছমেন স্মৃতি মন্ধানাই মহিলা ৱৰ্ল্ড কাপৰ পিছত এটা ডাঙৰ আঘাত সহ্য কৰিব লগা হৈছে। স্মৃতিয়ে সম্পূৰ্ণ টুৰ্ণামেণ্টত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছিল আৰু ফাইনেলত ৪৫ ৰানৰ এটা উল্লেখযোগ্য ইনিংছ খেলিছিল। তেওঁৰ এই ইনিংছে চেফালি বাৰ্মাৰ সৈতে…

বিজ্ঞান মনস্কতাৰ লক্ষ্যৰে ঢকুৱাখনাৰ কাইজেন একাডেমীত বিজ্ঞান আর্হি প্রদর্শনী

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৪ নৱেম্বৰ : বিজ্ঞান মানসিকতা বৃদ্ধিৰে উদ্ভাৱনী শক্তিৰ বিকাশ ঘটোৱাৰ লক্ষ্য আগত ৰাখি ঢকুৱাখনাৰ অন্যতম বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাডেমীয়ে হাতত লয় এক প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্ভাৱনী শক্তি…

হাইলাকান্দিত চাঞ্চল্য : ৰাজপথত এগৰাকী মহিলাক হ*ত্যা

হাইলাকান্দিত চাঞ্চল্যকৰ ঘটনা। ৰাজপথত এগৰাকী মহিলাক হত্যা লালা থানাৰ অন্তৰ্গত গাগলাছড়া চাহ বাগানত নিৰ্মম ঘটনা দাৰে গল কাটি মহিলাক হত্যা। মৃত মহিলাগৰাকীৰ নাম ৰীতা ৰাজৱাৰ। ৰাজপথত হত্যা কৰা অভিযুক্ত গুড্ডু পাচী বৰ্তমান…

মাংগলিক কাৰ্যসূচীৰে নগৰবেৰাত ৯৩ সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৪ নৱেম্বৰ : কামৰূপৰ নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা বৃহত্তৰ নগৰবেৰাবাসী ৰাইজৰ সহযোগত নগৰবেৰা ৰাস ময়দানত ১৫ দিনীয়া বৰ্ণাঢ্য ধৰ্মীয়-সাংস্কৃতিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় পষেকদিনীয়া ৰাস মহোৎসৱৰ |…

গোলকগঞ্জত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত এগৰাকী মহিলা

গোলকগঞ্জৰ টাইবানৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনা নিহত হয় এগৰাকী মহিলা। লগতে আহত ছয়গৰাকী যাত্ৰী। AS17C 9924 নম্বৰৰ বেটাৰীচালিত অটো ভান আৰু WB63B 7027 নম্বৰৰ মালবাহী বলোৰো পিক আপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। আহত দুজনৰ…

উত্তৰ প্রদেশত পুত্রই হত্যা কৰিলে কোটিপতি বিড়ি ব্যৱসায়ীক

ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : উত্তৰ প্রদেশ, মধ্যপ্রদেশ, ঝাৰখণ্ডকে ধৰি সমগ্র হিন্দীবলয়ত জনপ্রিয়তা লাভ কৰা বিড়ি ব্রেণ্ড ‘দীনেশ ৫৫৫’ নামৰ বিড়িৰ ব্যৱসায়েৰে কোটিপতি হোৱা বিখ্যাত ব্যৱসায়ী সুৰেশ চান্দ আগৰৱালাক পুত্রই গুলীয়াই হত্যা কৰে৷ এই ঘটনাই…